আজি দিনটোৰ ৰাশিফল, আজি ১৬ মে’, জেঠ মাহৰ ১ তাৰিখ
শুকুৰবাৰ : তিথি– কৃষ্ণা চতুর্থী, নক্ষত্র : মূলা, যাত্রা : শুভ
মেষ : আয় বৃদ্ধি। যান–বাহনৰ পৰা সাৱধান হ’ব। দুর্ঘটনাৰ যোগ। অতিথিৰ আগমন। শুভ ৰং নীলা, অশুভ হালধীয়া। শুভ সংখ্যা ৫৷
বৃষ : প্রেমত বিবাহৰ সংযোগ। শত্রুৱে অনিষ্ট কৰাৰ চেষ্টা কৰিব৷ ভ্রমণত সাৱধান। শুভ ৰং বগা৷ অশুভ কমলা৷ শুভ সংখ্যা ৩৷
মিথুন : দক্ষতাৰে কাম কৰিব পাৰিব৷ গুণ–গৰিমাৰ অধিকাৰী হ’ব পাৰিব৷ আনৰ সুনামত আঘাত নকৰিব৷ বিদ্যাত শুভ৷ শুভ ৰং হালধীয়া, অশুভ বেঙুনীয়া। শুভ সংখ্যা ৪৷
কর্কট : খঙেৰে সমস্যা সমাধান নহ’ব। ধনৰ লালসা কমাওক। অস্ত্রৰ পৰা ভয়। খৰচ বৃদ্ধি৷ শুভ ৰং ক’লা, অশুভ সেউজীয়া। শুভ সংখ্যা ৪৷
সিংহ : ত্যাগ আৰু আদর্শ দাঙি ধৰিব পাৰিব। আনৰ অন্যায় নকৰিব। যান–বাহন লাভ৷ শুভ ৰং কমলা, অশুভ মেৰুন৷ শুভ সংখ্যা ৫৷
কন্যা : অন্ধবিশ্বাসৰ বশৱর্তী হৈ কোনো কাম নকৰিব। জনপ্রিয়তা অর্জনৰ যোগ৷ মাটি–বাৰী লাভ। শুভ ৰং হালধীয়া, অশুভ ৰঙা। শুভ সংখ্যা ৫৷
তুলা : প্রভাৱ বিস্তাৰ কৰিব পাৰে৷ মূল্যৱান তথ্য লাভ৷ বহু পুৰণি স্মৃতিয়ে আমনি কৰিব৷ আয় বৃদ্ধি। শুভ ৰং কমলা, অশুভ নীলা। শুভ সংখ্যা ২৷
বৃশ্চিক : ধৈর্য ধৰক। কুকুৰ–মেকুৰীৰ পৰা সাৱধান। মাদক দ্রব্য সেৱন নকৰিব। প্রেমত শুভ। শুভ ৰং নীলা, অশুভ ৰঙা। শুভ সংখ্যা ১৷
ধনু : দুর্ঘটনাৰ আশংকা। তীর্থ ভ্রমণ। খং কমাব। মনৰ পৰা দুর্ভাবনা আঁতৰিব। ব্যয় বৃদ্ধি। শুভ ৰং হালধীয়া, অশুভ কমলা। শুভ সংখ্যা ৩৷
মকৰ : সমস্যা বৃদ্ধি। সম্পত্তিৰ লোভ কমাব। যিকোনো লোকক বিশ্বাসত নল’ব। বিদ্যাত সমস্যা। শুভ ৰং বগা, অশুভ ক’লা। শুভ সংখ্যা ৪৷
কুম্ভ : জিৰণি লওক। হিংসুক মনোবৃত্তি ত্যাগ কৰক। প্রতিযোগিতাত জয়লাভ৷ আনক প্রতিশ্রুতি নিদিব। শুভ ৰং ক’লা, অশুভ সেউজীয়া। শুভ সংখ্যা ৫৷
মীন : আনৰ ওপৰত একো নির্ভৰ নকৰিব৷ যাকে–তাকে সংগ নিদিব। খাদ্যৰ প্রতি সচেতন হওক। শুভ ৰং হালধীয়া, অশুভ মুগা। শুভ সংখ্যা ৬৷