আজি দিনটোৰ ৰাশিফল, আজি ২ জুন, জেঠ মাহৰ ১৮ তাৰিখ
সোমবাৰ : তিথি– শুক্লা সপ্তমী, নক্ষত্র : মঘা, যাত্রা : নাই
মেষ : ঘৰুৱা উন্নতিৰ চেষ্টাত বাধা কম৷ সৰু–সুৰা বিৰোধী কথাত বেছি মন নিদিলে কর্মক্ষেত্রতো শুভ ফল৷ দাম্পত্যত শুভ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ২৷
বৃষ : আর্থিক উন্নতিৰ ক্ষেত্রত যিকোনো চেষ্টাত কিবা নহয় কিবা বাধা অনুভৱ কৰিব৷ ঘৰুৱা দিশত অৱশ্যে সিমান দুশ্চিন্তা নাই৷ শুভ ৰং বগা, শুভ সংখ্যা ৪৷
মিথুন : কর্তব্যত আপোনাৰ যোগ্যতা থাকিব৷ কোনোৱে বাস্তৱ ক্ষেত্রত খোজ পেলাই উপকৃত হ’ব৷ বন্ধুৰ সহায়৷ আর্থিক প্রাপ্তিৰ আশা৷ শুভ ৰং কমলা, শুভ সংখ্যা ৩৷
কর্কট : পূর্বৰ দিনৰ তুলনাত আজি বহুলাংশে যোগাযোগ আদিত উন্নত৷ শৰীৰো ভালে যোৱাৰ কাৰক৷ বিদ্যাত মধ্যম৷ ভ্রমণত শুভ৷ শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৫৷
সিংহ : কোনো আকস্মিক বাধা বা ক্লেশে লগ ধৰিব পাৰে৷ সহজতে যি কৰোঁ বুলি থিৰাং কৰিছিল তাক সম্পূর্ণ কৰাত বাধা পাব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮৷
কন্যা : কর্মক্ষেত্রত আপোনাৰ ভাবমূর্তি প্রায় ঠিক থাকিব যদিও কোনো কাৰণত চিন্তাৰ কাৰণ হ’ব৷ বিদ্যাত বেয়া নহ’ব৷ ভ্রমণাদিত মধ্যম৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭৷
তুলা : কোনোৱে প্রৱঞ্চকৰ কবলত পৰাৰ কাৰক৷ সাৱধান হ’লে ভয় কম৷ দাম্পত্যত ভালেই৷ কর্মাদিত উৎসাহ৷ ভ্রমণাদিত অমনোযোগী নহ’ব৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৬৷
বৃশ্চিক : ক্রমে দিনটো বাঢ়ি অহাৰ লগে লগে মনটো গধুৰ হ’ব পাৰে৷ হ’বলগীয়া কামত অনগ্রসৰ হোৱাৰ যোগ৷ শুভ ৰং নীলা, শুভ সংখ্যা ১১৷
ধনু : উন্নত দিনৰ অনুমান৷ যোগাযোগত খুব বেয়া নহ’ব৷ ভবা কথাৰ লগত সাদৃশ্য কম যদিও প্রতিকূলো নহ’ব৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৯৷
মকৰ : ভঙা–পতা কৰি ভাল পাব৷ পুৰণি পৰিৱেশ সলনিৰ প্রতি মন কৰিব পাৰে৷ ভ্রমণত সষ্টম হওক৷ যিসকল যোগ্যৱান তেওঁলোকৰ সুনাম৷ শুভ ৰং বগা, শুভ সংখ্যা ৮৷
কুম্ভ : ৰুক্ষ চিন্তা৷ অত্যধিক খৰচ হ’লেও আয়ো থাকিব৷ পঢ়া–শুনাত মনোযোগ লাগিব৷ ইস্পাত, কাঠ, কয়লা ৰসায়নত লাভ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২৷
মীন : আর্থিক যোগাযোগত কিছুদিন উপকৃত তথা খৰচ৷ মতান্তৰ হ’ব লগা কথাত মন নিদিব৷ শৰীৰ মধ্যম৷ শুভ ৰং ক’লা, শুভ সংখ্যা ১৷