নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল, আজি ১১ জুন, জেঠ মাহৰ ২৭ তাৰিখ, বুধবাৰ : তিথি–পূর্ণিমা, নক্ষত্র : জ্যেষ্ঠা, যাত্রা : নাই

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল
আজি ১১ জুন, জেঠ মাহৰ ২৭ তাৰিখ
বুধবাৰ : তিথি–পূর্ণিমা, নক্ষত্র : জ্যেষ্ঠা, যাত্রা : নাই

মেষ : কন্যা সন্তানৰ বিবাহৰ সংযোগ৷ আর্থিকত ভাল বুলি ক’ব পৰা যায়৷ কর্ম স্থানত কিছু অসুবিধা পাব৷ শুভ ৰং হালধীয়া৷

বৃষ : ঘৰুৱাত মধ্যম৷ শৰীৰ ভাল দেখা নাযায়৷ প্রেমত প্রতাৰণা৷ ভ্রমণৰ যোগ৷ শুভ ৰং বগা৷

মিথুন : উচ্চ শিক্ষাত বাধা আহিব৷ ভ্রমণ নকৰাই ভাল৷ গ্রন্থৰ ব্যৱসায় ভাল চলিব আৰু নতুন যোগাযোগত উপকৃত হ’ব৷ শুভ ৰং সেউজীয়া৷

কর্কট : দাম্পত্যত পূর্বৰ তুলনাত ভাল দেখা যায়৷ প্রয়োজনত বন্ধুৰ পৰা সাহায্য লাভ কৰিব৷ প্রেমত মধ্যম বুলি ক’ব পৰা যায়৷ শুভ ৰং মেৰুণ৷

সিংহ : ব্যৱসায়ত পৰিকল্পনা সফল অগ্রসৰ হ’ব পাৰিব৷ ঘৰুৱাত ভাল৷ আর্থিক লেনদেনত সতর্ক থকা ভাল হ’ব৷ বগা ৰুমাল লগত ৰাখিব৷ শুভ ৰং ছিলভাৰ৷

কন্যা : নিবনুৱাসকলৰ দিনটো ভাল–বেয়াৰ মাজেৰে পাৰ হ’ব৷ পৰীক্ষার্থীয়ে পঢ়াত মনোযোগ দিয়ক৷ প্রেমত অশুভ৷ শুভ ৰং ক্রীম৷

তুলা : আজি ঘৰত কোনো আত্মীয়ৰ আগমন হ’ব পাৰে৷ প্রেমত শুভ আৰু বিবাহৰ প্রস্তাৱ আগবঢ়াব পাৰে৷ শুভ ৰং গুলপীয়া৷

বৃশ্চিক : ব্যৱসায়ত অসুবিধা থাকিব৷ আর্থিক লেনদেনত জটিল পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে৷ চাকৰিয়ালসকলৰ বাবে দিনটো ভাল৷ শুভ ৰং সোণালী৷

ধনু : আত্মীয় ব্যক্তিৰ শাৰীৰিক ভাল দেখা নাযায়৷ বিদ্যাত অগ্রসৰ হ’ব পাৰিব৷ বৰং ৰাগ কৰি দিনটো বেয়া নকৰিব৷ শুভ ৰং গেৰুৱা৷

মকৰ : বিদ্যাত ভাল৷ চাকৰিয়ালসকল অলপ সাৱধান হোৱা ভাল৷ দূৰ ভ্রমণ নকৰিব৷ প্রেমত শুভ৷ শুভ ৰং কমলা৷

কুম্ভ : খং নিয়ন্ত্রণ কৰক৷ দাম্পত্য আৰু প্রেমত শুভ৷ ভ্রমণৰ সম্ভাৱনা আছে৷ বিদ্যাত বাধা৷ শুভ ৰং পিংক৷

মীন : নতুন কাম হাতত ল’ব পাৰে৷ ব্যৱসায়ীসকলৰ ভাল৷ প্রেম–প্রণয়নত শুভ৷ নতুন কর্ম লাভৰ যোগ৷ শুভ ৰং নীলা৷

You might also like