আজি ২৭ জুন, আহাৰ মাহৰ ১১ তাৰিখ
মঙলবাৰঃ তিথি–শুক্লা নৱমী, নক্ষত্রঃ হস্তা, যাত্রাঃ নাই
মেষঃ ঘৰুৱা উন্নতিৰ চেষ্টাত বাধা কম ৷ সৰু–সুৰা বিৰোধী কথাত বেছি মন নিদিলে কর্মক্ষেত্রত শুভ ফল ৷ দাম্পত্যত শুভ ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ২ ৷
বৃষঃ আর্থিক উন্নতিৰ ক্ষেত্রত যিকোনো চেষ্টাত কিবা নহয় কিবা বাধা অনুভৱ কৰিব ৷ ঘৰুৱা দিশত অৱশ্যে সিমান দুশ্চিন্তা নাই ৷ শৰীৰৰ দুর্বলতা ৷ শুভ ৰং বগা, শুভ সংখ্যা ৪ ৷
মিথুনঃ কর্তব্যত আপোনাৰ যোগ্যতা থাকিব ৷ কোনোৱে বাস্তৱ ক্ষেত্রত খোজ পেলাই উপকৃত হ’ব ৷ বন্ধুৰ সহায় ৷ আর্থিক প্রাপ্তিৰ আশা ৷ শুভ ৰং কমলা, শুভ সংখ্যা ৩ ৷
কর্কটঃ পূর্ব দিনৰ তুলনাত আজি বহুলাংশে যোগাযোগ আদিত উন্নত ৷ শৰীৰো ভালে যোৱাৰ কাৰক ৷ শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৫ ৷
সিংহঃ কোনো আকস্মিক বাধা বা ক্লেশে লগ দিব পাৰে ৷ সহজতে যি কৰোঁ বুলি থিৰাং কৰিছিল, তাক সম্পূর্ণ কৰাত বাধা পাব ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮ ৷
কন্যাঃ কর্মক্ষেত্রত আপোনাৰ ভাবমূর্তি প্রায় ঠিক থাকিব যদিও কোনো কাৰণে চিন্তাৰ কাৰণ হ’ব ৷ শতভিষাৰ জাতকৰ কোনো ভ্রমণাদিত মধ্যম ৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭ ৷
তুলাঃ কোনোৱে প্রৱঞ্চকৰ কবলত পৰাৰ কাৰক ৷ সাৱধান হ’লে ভয় কম ৷ বিদ্যাত যত্নৰ ফল লাভ ৷ ভ্রমণাদিত অমনোযোগী নহ’ব ৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৫ ৷
বৃশ্চিকঃ ক্রমে দিনটো বাঢ়ি অহাৰ লগে লগে মনটো গধুৰ হ’ব পাৰে ৷ পূর্বাষাঢ়াৰ জাতক–জাতিকাই সাৱধান থাকিলে ভাল ৷ শুভ ৰং নীলা, শুভ সংখ্যা ১১ ৷
ধনুঃ উন্নত দিনৰ অনুমান ৷ যোগাযোগত খুব বেয়া নহ’ব ৷ ভবা কথাৰ লগত সাদৃশ্য কম যদিও প্রতিকূলো নহ’ব ৷ শিক্ষক–বুদ্ধিজীৱীৰ সুখ ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৯ ৷
মকৰঃ ভঙা–পতা কৰি ভাল পাব ৷ পুৰণি পৰিৱেশৰ সলনিৰ প্রতি মন কৰিব পাৰে ৷ ভ্রমণত সষ্টম হওক৷ কিন্তু কোনো প্রিয় বন্ধু–বান্ধৱীৰ সংগত সুখ লাভ ৷ শুভ ৰং বগা, শুভ সংখ্যা ৮ ৷
কুম্ভঃ ৰুক্ষ চিন্তা ৷ অত্যধিক খৰচ হ’লেও আয় থাকিব৷ পঢ়া–শুনাত মনোযোগ লাগিব ৷ পদমর্যাদা লাভ ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২৷
মীনঃ আর্থিক যোগাযোগত কিছুদিন উপকৃত তথা খৰচ৷ মতান্তৰ হ’ব লগা কথাত মন নিদিব ৷ ভ্রমণত সাৱধান ৷ নতুন সম্পদ ক্রয় ৷ শুভ ৰং ক’লা, শুভ সংখ্যা ১ ৷