বিশেষ বাৰ্তা, ১৯ অক্টোবৰঃ দীৰ্ঘ প্ৰতীক্ষাৰ অন্ত আজি মুকলি হব শ্ৰদ্ধাঞ্জলি উৰণ সেতু। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব উৰণ সেতুখন। দীৰ্ঘ যন্ত্ৰণাৰ পৰা মুক্তি পাবলৈ মাত্ৰ কেইটামান ঘণ্টা বাকী। মহানগৰবাসীক একপ্ৰকাৰ যান-জঁটৰ পৰা মুক্তি দিয়াৰ লক্ষ্যৰে নিৰ্মাণ কৰা হৈছে উৰণ সেতু। ভয়াৱহ যানজঁটৰ বাবে বহু সময় নষ্ট হৈছিল জনসাধাৰণ। এই উৰণ সেতুখনে ইয়াক লাঘৱ কৰিব বুলি আশা কৰা হৈছে।
Next Post
You might also like