বিশেষ বাৰ্তা, ১৮ জুলাই : ৰাজ্যখনত নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযান চলি থকাৰ সময়তে নিচাযুক্ত সামগ্ৰী কঢ়িওৱাৰ অভিযোগত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ দুই নিৰাপত্তাৰক্ষীক নিলম্বন কৰা হৈছে। কয়েদীলৈ গাঞ্জা সৰবৰাহৰ অভিযোগত নিলম্বন কৰা হয় দুয়োকে। নিলম্বিত কনিষ্টবল দুজন ৰাজু ঠাকুৰ আৰু টংকেশ্বৰ দাস। ১ জুনত চাকৰিত যোগদান কৰিছিল দুই নিলম্বিত কনিষ্টবলে।
Next Post
You might also like