নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চ : ধৰমতুল পশ্চিমাঞ্চলিক বনাঞ্চলৰ পৰা ওলাই অহা এটা হাতীৰ উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হোৱা ঘটনাই প্ৰকৃতিপ্ৰমীসকলক ব্যৰ্থিত কৰিছেl নেলীৰ বেলতলাত বিপদ সংকুলভাৱে পথাৰৰ মাজত উলমি থকাৰ ফলত সংঘটিত হয় অঘটনটো ৷ বিদ্যুত বিভাগৰ গাফিলতিৰ মতা হাতীটোৰ মৃত্যু ঘটেl এই বিষয়ক স্থানীয় ৰাইজে বাৰাম্বাৰ বিদ্যুত বিভাগক অৱগত কৰাৰ পিছটো কানসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷
প্ৰেৰক হৰি প্ৰসাদ মল্লিক