নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৰী ৰথযাত্ৰা : অধিক তাপ-ভিৰৰ বাবে ফলত ৬০০তকৈ অধিক লোক অসুস্থ

পুৰী ৰথযাত্ৰা : পুৰীত অনুষ্ঠিত বাৰ্ষিক ৰথযাত্ৰা উৎসৱৰ সময়ত অতি তাপ আৰু ভিৰৰ বাবে ৬০০তকৈ অধিক লোক অসুস্থ হৈ পৰে। যদিও কোনো লোকৰ মৃত্যু হোৱা নাই। পুৰীৰ মুখ্য জিলা চিকিৎসা অধিকাৰী ড° কিশোৰ শতপথীয়ে কয় যে বহু ভক্তই বমি, অজ্ঞান হোৱা আৰু সৰু-সুৰা…

গুৱাহাটী এইমছত ৬৪টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ১৫ জুলাই অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েঞ্চ, গুৱাহাটীত খালী হোৱা কিছুসংখ্যক শিক্ষকৰ পদ পূৰণৰ বাবে আবেদন বিচৰা হৈছে৷

এসময়ত অসমৰ একাংশ ব্রাহ্মণে ভক্ষণ কৰিছিল গো–মাংস

🔹 পুৰীৰ শংকৰাচার্যৰ বিতর্কিত মন্তব্য নিউজ ডেস্ক, ২৮ জুন : অসমৰ ব্রাহ্মণ সমাজক লৈ বিতর্কিত মন্তব্য আগবঢ়াইছে পুৰীৰ শংকৰাচার্যই৷ অসমৰ একাংশ ব্রাহ্মণে এসময়ত গো–মাংস ভক্ষণ কৰা বুলি বিতর্কিত মন্তব্য কৰি পুৰীৰ শংকৰাচার্য স্বামী নিছলানন্দ…

গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভর্তি ৩২ জে ই পজিটিভ

🔹 ৰাজ্যত ভয়াৱহ ৰূপত জাপানীজ এনকেফেলাইটিছ বিশেষ বাৰ্তা, ২৮ জুন : ৰাজ্যত জাপানীজ এনকেফেলাইটিছে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ শিশুৰ পৰা বৃদ্ধলৈকে বহুজনক এই ৰোগে আক্রান্ত কৰিছে৷ ৰাজ্যৰ কামৰূপ মহানগৰ, কামৰূপ গ্রাম্য, নলবাৰী, মৰিগাঁও, নগাঁও, ধুবুৰী,…

ঢাকাৰ কিলকাটেত দুর্গা মন্দিৰ ভাঙিলে মহম্মদ ইউনুছ চৰকাৰে

🔹 বাংলাদেশত হিন্দুবিৰোধী আগ্রাসন নিউজ ডেস্ক, ২৮ জুন : বাংলাদেশত সুৰক্ষিত নহয় সংখ্যালঘু হিন্দু সম্প্রদায়৷ মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তর্ৱর্তীকালীন চৰকাৰৰ কার্যকালত দেশখনত হিন্দু সম্প্রদায়ৰ ওপৰত কট্টৰ ইছলামিক সংগঠনে অকথ্য নির্যাতন চলোৱাৰ…

ডিচিয়েহে প্রাপ্তবয়স্কক দিব আধাৰ কার্ড

🔹 বাংলাদেশীৰ অনুপ্রৱেশ ৰুধিবলৈ ৰাজ্য চৰকাৰৰ কঠোৰ পদক্ষেপ বিশেষ বাৰ্তা, ২৮ জুন : বাংলাদেশৰ পৰা নতুনকৈ হোৱা অনুপ্রৱেশ ৰুধিবলৈ ৰাজ্য চৰকাৰে আধাৰ কার্ডক লৈ কঠোৰ পদক্ষেপ গ্রহণৰ দিশে আগবাঢ়িছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত…

কথা–বার্তা

অসমীয়াত এশাৰী বৰ সুন্দৰ বাক্য আছে– ‘কথাতে বঁটা পায়, কথাতে কটা যায়৷’ এই বাক্যশাৰীৰ মূল ভাবার্থ অতি সৰল৷ যথাস্থানত সৎ সাহসেৰে ক’বলগীয়া কথা ক’ব পাৰিলে পুৰস্কৃত হ’ব৷ সেই কথাৰ পৰা সমাজৰ সহস্রজনৰ উপকাৰ হ’ব৷ সমাজখনৰ মংগল হ’ব৷ ইয়াৰ বিপৰীতে…

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি ২৮ জুন, আহাৰ মাহৰ ১৩ তাৰিখ শনিবাৰ : তিথি–শুক্ল তৃতীয়া, নক্ষত্র : পুষ্যা, যাত্রা : নাই মেষ : আর্থিক দিশত বেছি বাধা নাপাব৷ দৈহিক দিশত বিষ–বেদনা থাকিব৷ প্রেম–প্রণয়ত সাৱধান৷ শুভ ৰং ৰঙা৷ বৃষ : কর্মক্ষেত্রত সৰু–সুৰা বাধা…

ইৰানৰ প্রত্যাক্রমণ আমেৰিকাৰ গালত প্রচণ্ড চৰ, হোৱাইট হাউছৰ প্রতি ঘৃণাৰে খোমেইনিৰ মন্তব্য

কাটাৰত মার্কিন সেনা ঘাটিত প্রত্যাক্রমণ আছিল আমেৰিকাৰ গালত প্রচণ্ড চৰ যুদ্ধবিৰতিৰ পিছত প্রথমবাৰ মুখ খুলি হুংকাৰ দিলে ইৰানৰ সর্বোচ্চ ধর্মীয় নেতা আয়াতুল্লা আলী খোমেইনিয়ে৷ অকল সেয়াই নহয়, ইৰানৰ সর্বোচ্চ ধর্মীয় নেতাগৰাকীয়ে গর্বেৰে ঘোষণা কৰিলে যে…

জগন মোহন ৰেড্ডীৰ হিট এণ্ড ৰান গোচৰত স্থগিতাদেশ অন্ধ্ৰ প্ৰদেশ High Court-ৰ

অন্ধ্ৰ প্ৰদেশ High Court : অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ে আজি পূৰ্বৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীৰ বিৰুদ্ধে চলি থকা “হিট এণ্ড ৰান” কেচত আৰক্ষীৰ যিকোনো পদক্ষেপক স্থগিত ৰখাৰ নিৰ্দেশ দিছে। উচ্চ ন্যায়ালয়ে আৰক্ষীক আগন্তুক নিৰ্দেশনা নোহোৱালৈকে…