মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পিছতে মুখ্যমন্ত্ৰীৰ কেবিনেট বৈঠক
ডিজিটেল ডেস্ক, ৫ জুন : অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই সম্প্ৰসাৰিত হ’ল অসম মন্ত্ৰীসভা। শেহতীয়াকৈ অনুষ্ঠিত বিধানসভা নিৰ্বাচনত ৰাজ্যত ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ পিছত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এন ডি এ চৰকাৰে…