টেষ্ট ক্ৰিকেটতো Stop Clock Rule প্ৰযোজ্য আইচিচিৰ
ICC Stop Clock Rule : ৱৰ্ল্ড টেষ্ট চেম্পিয়নশ্বিপ ২০২৫ ফাইনেলৰ পিছত ইন্টাৰন্যাশনেল ক্ৰিকেট কাউন্সিলে (ICC) কেইবাটাও নতুন নিয়ম প্ৰৱৰ্তন কৰিছে। কিছুমান নিয়ম টেষ্ট ক্ৰিকেটৰ বাবে, আৰু আন কিছুমান হোৱাইট বল ফৰ্মেটৰ বাবে প্ৰযোজ্য। এই নিয়মসমূহৰ…