নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ ৰাজনৈতিক ইতিহাসত নতুন অধ্যায়, মন্ত্ৰীসভাত অশ্বিনী ৰায় সৰকাৰ

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ মন্ত্ৰীসভাত স্থান লাভ কৰিলে ধুবুৰী জিলাৰ একমাত্ৰ বিজেপি বিধায়ক অশ্বিনী ৰায় সৰকাৰে। মন্ত্ৰীসভাত অন্তৰ্ভুক্তিৰ খবৰ পোহৰলৈ অহাৰ লগে লগে গোলকগঞ্জ সমষ্টিৰ লগতে জিলাখনৰ…

জালুকবাৰীত ভয়ংকৰ অগ্নিকাণ্ডত একেটা পৰিয়ালৰ ৪জনৰ কৰুণ মৃত্যু

ডিজিটেল ডেস্ক, ৫ জুন : মহানগৰীৰ জালুকবাৰীত পুৱতি নিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। বৃহস্পতিবাৰে নিশা জালুকবাৰীৰ জয়মতী নগৰত এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে । জালুকবাৰীৰ জয়মতী…

৫ বছৰতে ৰাজ্যত ২৫ হাজাৰ একৰতকৈও অধিক বনভূমি বেদখলমুক্ত

ডিজিটেল ডেস্ক, ৫ জুন : অকল সর্বদিশৰ উন্নয়নেই নহয়, প্রকৃতি সংৰক্ষণ–সংবর্ধনত বিশেষ সফলতা অর্জন কৰিছে ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে৷ আজি বিশ্ব পৰিৱেশ দিৱস৷ তাৰ প্রাকক্ষণতে প্রকৃতি ৰক্ষাৰ কাৰণে এনডিএ চৰকাৰে প্রকৃতি ৰক্ষাৰ হকে…

প্রতি ইউনিটত ১৬ পইচাৰ পৰা সর্বাধিক ২৮ পইচালৈ বৃদ্ধি বিদ্যুৎ মাচুল

ডিজিটেল ডেস্ক, ৫ জুন : ৰন্ধন গেছ, পেট্র’ল–ডিজেলৰ পিছত এইবাৰ বাঢ়িল বিদ্যুতৰ মাচুল৷ ৰাজ্যত দামবৃদ্ধিয়ে সর্বসাধাৰণক জুৰুলা কৰি ৰখাৰ সময়তে চলিত মাহৰ পৰা প্রতি ইউনিটত ১৬ পইচাকৈ সর্বাধিক ২৮ পইচালৈ বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত লৈছে অসম শক্তি…

সম্পাদকীয় : প্রকৃতিৰ অনুপ্রেৰণা

প্রকৃতি অভিধাটোৰ অর্থ বহু বিশাল৷ সাধাৰণ অর্থত আমাৰ চাৰিওফালৰ দৃশ্য–অদৃশ্য জগতখন আৰু তাত বর্তি থকা জীৱকুলক সামৰিয়েই এই বিশাল প্রকৃতি৷ সমগ্র ভৌতিক বিশ্বব্রহ্মাণ্ড ইয়াৰ অন্তর্ভুক্ত৷ সেইবাবেই কেৱল গছ–লতিকা, নদ–নদী, পাহাৰ–পর্বত, মাটি–পানী,…

৫ জুন : আজিৰ দিনটোৰ ৰাশিফল

আজি ৫ জুন, জেঠ মাহৰ ২১ তাৰিখ শুকুৰবাৰ : তিথি–কৃষ্ণা পঞ্চমী, নক্ষত্র : স্বাতী, যাত্রা : নাই মেষ : আজি ধর্মীয় অনুষ্ঠানৰ প্রতি ব্যস্ততা বাঢ়িব৷ মনৰ অস্থিৰতা বাঢ়িব৷ বিদ্যাত শুভ৷ পাৰিবাৰিক দিশত শান্তি বজাই থাকিব৷ প্রেমত কষ্ট৷ শুভ ৰং– নীলা, শুভ…

৪খন নতুন মুখ, ড০ শৰ্মা নেতৃত্বাধীন চৰকাৰৰ আজি ১২ মন্ত্রীৰ শপতগ্রহণ

ডিজিটেল ডেস্ক, ৫ জুন : মন্ত্রীসভাৰ সম্প্রসাৰণক লৈ চলি থকা উৎকণ্ঠাৰ অৱসান ঘটাই  মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে ঘোষণা কৰিলে শপতগ্রহণ কৰিব লগা সম্ভাব্য মন্ত্রীসকলৰ নাম৷ পূর্বে কৰা ঘোষণা অনুসৰিয়ে মুখ্যমন্ত্রী ড০ হিমন্ত…

ধনশ্ৰীঘাটত দুই কুইন্টল ভাংসহ এজনক আটক

আজি (৪ জুন) দিন-দুপৰতে ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত ধনশ্ৰীঘাটত  আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ২ কুইন্টল ৮৬ কেজি ৪৮গ্ৰাম ভাং। ওৰাং আৰক্ষী থানাৰ নতুন ভাৰপ্ৰাপ্ত বিষয়া মনোজ কুমাৰ দাসৰ নেতৃত্বত সুৰজিত হাজৰিকা সমন্বিতে আৰক্ষী…

জোনাইত নাহৰ নৈৰ মথাউৰি ছিঙি বিস্তীর্ণ অঞ্চল প্লাৱিত, ক্ষতিগ্ৰস্ত কেইবাখনো গাঁও

অসম আৰু অৰুণাচল প্ৰদেশত বিগত দুদিন ধৰি অব্যাহত থকা নেৰানেপৰা বৰষুণৰ ফলত জোনাইৰ নাহৰ নৈয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। নৈখনৰ প্ৰবল সোঁতৰ চাপত  দুই নং অমৰপুৰ পাংগিং গাঁৱৰ সমীপত থকা মথাউৰিৰ প্ৰায় ৫০ মিটাৰ অংশ ছিঙি যোৱাত বিস্তীর্ণ অঞ্চল বানপানীত…

নগাঁও জিলা আয়ুক্তৰ তৎপৰতাত কঠীয়াতলীৰ দৃষ্টিহীন দম্পতীয়ে পালে আধাৰ কাৰ্ড 

ডিজিটেল ডেস্ক, নগাঁও, ৪ জুন : নগাঁও জিলাৰ কঠীয়াতলীৰ এক দৃষ্টিহীন দম্পতীয়ে নিজৰ শাৰীৰিক বাধাগ্ৰস্ততাৰ বাবে কোনো চৰকাৰী সা-সুবিধাৰ বাবে আবেদন কৰিব পৰা নাছিল। সেয়েহে অভাৱগ্ৰস্ত পৰিয়ালটো চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ'ব লগা হোৱা বিষয়টো জিলা…