নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : ঐতিহাসিক শিৱসাগৰ

কন্দৰ্প বড়ো শিৱসাগৰ চহৰ গুৱাহাটীৰ পৰা উত্তৰ-পূবে প্ৰায় ৩৬৯ কি মি দূৰত্বত অৱস্থিত। অসমৰ এখন ঐতিহাসিক চহৰ। সূদীৰ্ঘ ৬০০ বছৰ কাল অসমত শাসন কৰা আহোমসকলৰ ৰাজধানী আছিল শিৱসাগৰ। যাৰ পুৰণি নাম ৰংপুৰ বা কলংচুপাৰ। ইংৰাজ আগমনৰ পূৰ্বেই ছশ বছৰতকৈও অধিক…

সুকন্যা : কেব চলাই স্বাৱলম্বিতাৰ পথ দেখুওৱা যোৰহাটৰ দুগৰাকী উচ্চ শিক্ষিতা যুৱতী

সঞ্জীৱ হাজৰিকা আধুনিকতাৰ ধামখুমিয়াত বৰ্তমান সময়ত একাংশ যুৱক যুৱতী ম'বাইলত ৰিল বনুৱাত , বেষ্ট হৈ থকাৰ বিপৰীতে একাংশ উচ্চ শিক্ষিতা যুৱতীয়ে দেখুৱাইছে কিন্তু স্বাৱলম্বিতাৰ এক পথ নিদৰ্শন। তেনে দুগৰাকী যুৱতী হল যোৰহাট মালৈ আলি বাই পাছৰ…

সুকন্যা : ভাষাবিদ ড০ লীলাৱতী শইকীয়া বৰাৰে বিশেষ সাক্ষাৎকাৰ

সাক্ষাতগ্ৰহণঃ কুমুদ তালুকদাৰ সুদীর্ঘ ৫টা দশকৰো অধিক কাল অসমীয়া ভাষা আৰু ব্যাকৰণৰ গভীৰভাৱে চর্চা কৰি আহিছে বৰেণ্য সাহিত্যিক, বিশিষ্ট ভাষাবিদ ড০ লীলাৱতী শইকীয়া বৰাই৷ ভাষা বিষয়ত পিএইচডিপ্রাপ্ত অসমৰ প্রথমগৰাকী মহিলা ড০ শইকীয়াই ১৯৭৮ চনৰ ২১…

শিৱসাগৰৰ উদীয়মান নৃত্যশিল্পী অধ্যাপ্ৰিয়া দত্তক বিপুল সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ নৱেম্বৰঃ শিৱসাগৰ জিলাৰ গৌৰীসাগৰ অঞ্চলৰ বৃহত্তৰ দিছিয়াল গাঁৱৰ  মিলন জ্যোতি ক্লাবে প্ৰতিভা সন্ধানী ন্যাসৰ দ্বাৰা বহু বিশিষ্ট ব্যক্তিৰ সোঁৱৰণীত শৈক্ষিক দিশত ভাল ফলাফল দেখুওৱা কৃতী শিক্ষাৰ্থীসকলক সম্বৰ্ধনা আৰু…

দক্ষিণ বৰপেটাৰ চৰাঞ্চলত শালি ধানে হাঁহি বিৰিঙাইছে কৃষকৰ মুখত

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰ : বৰপেটা জিলাৰ চৰাঞ্চলৰ বসতিৰ ওপৰত বিভিন্ন কিতাপ পত্ৰৰ লগতে গৱেষণা পত্ৰত পোৱা তথ্য অনুসৰি তেতিয়াৰ অবিভক্ত ভাৰত বৰ্ষৰ পূৰ্বৰ বংগৰ যথেষ্ট সংখ্যক লোকে মূলতঃ অভাৱৰ বাবেই এই অঞ্চলসমূহলৈ আহি বসতি স্থাপন কৰিছিল। একাংশ…

নগৰবেৰাৰ টুপামাৰীত নিশা বিদ্যালয়ত দুৰ্বৃত্তৰ তাণ্ডৱ

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰঃ কামৰূপৰ টুপামাৰীত চকু চৰহা ব্যক্তিৰ কু-কাণ্ড, জ্ঞানৰ মন্দিৰ বিদ্যালয়ত শেন চকু পৰিল দুষ্টচক্ৰৰ। চুৰিকাৰ্য নহয় ,নিশা বিদ্যালয়ৰ বিভিন্ন সামগ্ৰী ভাঙি লণ্ডভণ্ড কৰিলে দুষ্টচক্ৰই। টুপামাৰী আৰক্ষী চকীৰ অন্তৰ্গত…