ডিগবৈত সুলভ মূল্য চাউলৰ চোৰাং বেহা : ৩৪ বস্তা অবৈধ চাউল গুদামৰ পৰা জব্দ
নিয়মীয়া বাৰ্তা, ৩১ মে : ডিগবৈ বৰবিল সমবায় সমিতিৰ অন্তৰ্গত এচাম বিতৰকে (এজেণ্ট) ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ যোগেদি দুখিয়া পৰিয়াললৈ অহা সুলভ মুল্যৰ চাউল কৌশলেৰে দীৰ্ঘদিন ধৰি আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ আহিছে। সমিতিখনৰ নতুনকৈ দ্বায়িত্ব লোৱা…