নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত ধৰা পৰিল HMPV ভাইৰাছৰ সংক্ৰমণ, ICMRৰ তথ্য

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ জানুৱাৰীঃ চীনত বিয়পি থকা হিউমেন মেটাপনিউমোভাইৰাছ (HMPV) সংক্ৰমণ ভাৰতত ধৰা পৰিছে। তথ্য দি ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (আইচিএমআৰ)য়ে জনাইছে যে কৰ্ণাটকত এইচএমপিভি আক্ৰান্ত দুজন ৰোগী ধৰা পৰিছে। ইয়াৰ উপৰিও…

এবছৰত বাংলা সীমান্তত ৬,৫১৯টা চোৰাং গৰু জব্দ গুৱাহাটী ফ্রণ্টিয়াৰৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ জানুৱাৰীঃ ভাৰত–পাকিস্তান আৰু ভাৰত–বাংলাদেশ আন্তঃৰাষ্ট্রীয় সীমান্তৰ নিৰাপত্তা আৰু পহৰাৰ দায়িত্বত নিয়োজিত বি এছ এফে বিগত ২০২৪ বর্ষৰ পহিলা ডিচেম্বৰত ৫৯টা বর্ষ অতিক্রম কৰি ৬০টা বর্ষত ভৰি দিছে৷ ১৯৬৫ চনৰ পহিলা ডিচেম্বৰত…

ভাৰতীয় বংশোদ্ভৱ জগদীপ সিঙৰ এদিনৰ বানচ ৪৮ কোটি

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ জানুৱাৰীঃ জগদীপ সিং, কোৱাণ্টাম স্কেপৰ প্রতিষ্ঠাতা তথা প্রাক্তন চিই’৷ জগদীপ সিঙৰ মাহিলি কিম্বা বার্ষিক দৰমহা কিমান সিঙৰ এদিনৰ দৰমহা কিমান তেওঁৰ দৰমহা শুনিলে স্বাভাৱিকতে সাধাৰণ নাগৰিকেই নহয়, অভিজ্ঞ ব্যক্তিয়েও বিশ্বাস…

এডভাণ্টেজ আছামক লৈ মুম্বাইত তৎপৰ ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ জানুৱাৰীঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুম্বাই ভ্রমণৰ দ্বিতীয় দিনা টাটা ট্ৰাষ্টৰ অধ্যক্ষ নোবেল টাটা আৰু তেওঁৰ পুত্র নেভিল টাটাক সাক্ষাৎ কৰি ড্রাষ্টে অসমলৈ আগবঢ়োৱা বিনিয়োগৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰাৰ উপৰি…

হৰিদ্বাৰত পতঞ্জলি ইনষ্টিটিউটৰ ৩০সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

📌 অহা পাঁচ বছৰত ৫ লাখ বিদ্যালয়ক ভাৰতীয় শিক্ষা ব’ৰ্ডৰ সৈতে সংযোগ কৰাৰ লক্ষ্য 📌 প্ৰথমে ভাৰতত আৰু তাৰ পিছত সমগ্ৰ বিশ্বত আমি এটা নতুন শিক্ষা ব্যৱস্থা ঘোষণা কৰিম আৰু ভাৰতে ইয়াৰ নেতৃত্ব দিব 📌 বিশ্বৰ ৫০০ কোটিৰো অধিক লোকে যোগ ধৰ্ম আৰু সনাতন…

ভাৰতত ন্যায়াধীশৰ প্রশিক্ষণ কার্যসূচী বাতিল বাংলাদেশৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ জানুৱাৰীঃ বাংলাদেশ চৰকাৰে ভাৰতত অনুষ্ঠিত হ’বলগীয়া ন্যায়াধীশৰ প্রশিক্ষণ কার্যসূচী বাতিল কৰিছে৷ মধ্যপ্রদেশৰ নেচনেল জুডিচিয়েল একাডেমী আৰু ষ্টেট জুডিচিয়েল একাডেমীত অহা ১০ ফেব্রুৱাৰীত আৰম্ভ হ’বলগীয়া ন্যায়াধীশৰ প্রশিক্ষণ…

ব্যর্থতা : অৱসৰৰ চিন্তা মনলৈ অনা নাই কিং কোহলিয়ে

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ জানুৱাৰীঃ টেষ্ট ক্রিকেটত একেৰাহে ব্যর্থতা প্রদর্শন কৰাৰ পিছতো অৱসৰ গ্রহণৰ কথা ভবা নাই তাৰকা বেটাৰ বিৰাট কোহলিয়ে৷ সংবাদ সংস্থা পিটিআইৰ সূত্রই দাবী কৰা অনুসৰি, ৩৬ বছৰীয়া বিৰাটে ২০২৭ৰ এদিনীয়া বিশ্বকাপ পর্যন্ত খেলি যাব…

সম্পাদকীয় : সামাজিক মাধ্যম

ডিজিটেল বিশ্বত সামাজিক মাধ্যম মঞ্চ মানৱ জীৱনৰ বাবে অংগাংগী স্বৰূপ হৈ উঠিছে৷ সামাজিক মাধ্যম অবিহনে যেন মানৱ জীৱনৰ গতিয়েই ৰুদ্ধ হৈ পৰিব৷ এনে এক পৰিৱেশৰ সৃষ্টি হৈছে৷ কিশোৰৰ পৰা বৃদ্ধলৈকে সকলো শ্রেণীৰ লোকে এতিয়া সামাজিক মাধ্যমত সাঙোৰ খাই পৰিছে৷…

জানক আজিৰ দিনটোৰ ৰাশিফল

আজি ৬ জানুৱাৰী, পুহ মাহৰ ২১ তাৰিখ সোমবাৰঃ তিথি–শুক্লা সপ্তমী, নক্ষত্রঃ উত্তৰভাদ্রপদ, যাত্রাঃ নাই মেষঃ নিজৰ বিচাৰ–বুদ্ধিক কামত লগাওঁতে দুবাৰ চিন্তা কৰাটো উচিত বুলি ধৰক৷ সন্তানৰ ভৱিষ্যৎ সম্পর্কে বিশেষ গুৰুতৰ নহ’লেও চিন্তা থাকিব৷ শুভ ৰং…

বয়ন শিল্পৰে স্বাৱলম্বী ঢকুৱাখনাৰ ১০গৰাকী মহিলা

🔹 তাঁতশালৰ মাতত ৰজনজনাই থকা ঢকুৱাখনাৰ এটা ক্ষুদ্র বস্ত্র উদ্যোগ 🔹 পুৱাৰ পৰা গধূলিলৈকে ৰচে জীয়াই থকাৰ সপোন নিয়মীয়া বাৰ্তা, ৫ জানুৱাৰী : অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰা তাঁতশালৰ খিটখিটনি আৰু মাকোৰ শব্দৰে ৰজনজনাই থকা ঢকুৱাখনাৰ এটা থলুৱা…