নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লিঅ’নেল মেছিৰ আঘাতক লৈ চিন্তিত আর্জেণ্টাইন শিবিৰ

ফিফা বিশ্বকাপ ফুটবল আৰম্ভ হ’বলৈ মাজতে মাথোঁ কেইটামান দিন বাকী৷ প্রতিযোগিতাখনৰ দিন চমু চাপি অহাৰ লগে লগে আর্জেণ্টিনাৰ শিবিৰত উদ্বেগ বাঢ়িছে৷ ডিফেণ্ডিং চেম্পিয়ন দলটোৰ বাবে উদ্বেগৰ কেন্দ্রবিন্দু হৈছে লিঅ’নেল মেছি৷ ইণ্টাৰ মিয়ামিৰ হৈ ১৮ মিনিট…

স্বামীগৃহত মৃত্যুতকৈ বিবাহিতাৰ ডিভোর্চেই ভাল

মৃত কন্যাতকৈ ডিভোর্চি কন্যা বহুত ভাল৷ –প্রাক্তন মিছ পুনে ত্বিশা শর্মাৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ত এই কথা ক’লে কেন্দ্রৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই৷ লগতে শীর্ষ ন্যায়ালয়খনে জনায় যে স্বতন্ত্র সংস্থাই ত্বিশাৰ মৃত্যুৰ তদন্ত কৰা উচিত৷ –এই…

সম্পাদকীয় : লোকপিয়লত মাতৃভাষা

অসমীয়া জাতি গঠন প্রক্রিয়াত মিঞাসকলক একত্রীকৰণ কৰিবলৈ অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীৰ আহ্বানক কেন্দ্র কৰি তুমুল বিতর্ক হৈছে৷ আগন্তুক লোকপিয়লত বাংলাদেশী মূলৰ লোকসকলে সহযোগ নকৰিলে অসমীয়া দ্বিতীয় শ্রেণীৰ নাগৰিক হোৱাটো এশ শতাংশই…

IPL-2026 : প্রথম কোৱালিফায়াৰত আজি সমুখসমৰত RCB vs GT

আইপিএল-২০২৬ৰ প্রথমখন কোৱালিফায়াৰত আজি মুখামুখি হ’ব ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জার্ছ বেংগালুৰু আৰু গুজৰাট টাইটানছ৷ ধৰমশালাত অনুষ্ঠিত হ’বলগীয়া প্রথমখন কোৱালিফায়াৰত জয়লাভ কৰি পোনে পোনে ফাইনেলত প্রৱেশ কৰাৰ লক্ষ্য লৈছে ডিফেণ্ডিং চেম্পিয়ন…

২৬ মে’ : আজিৰ দিনটোৰ ৰাশিফল

আজি ২৬ মে’, জেঠ মাহৰ ১১ তাৰিখ মঙলবাৰ : তিথি–শুক্লাদশমী, নক্ষত্র : মৃগশিৰা, যাত্রা : মধ্যম মেষ : মাটি–বাৰী, ধন লাভৰ যোগ৷ সুবন্ধুক লগ পাব৷ শাৰীৰিক বিষ–বেদনা বৃদ্ধি পাব৷ ভ্রমণত শুভ৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৫৷ বৃষ : ঘৰ–দুৱাৰৰ উন্নতিৰ…

সুখবৰ : মায়ানগৰী মুম্বাইত নিৰ্মাণ হ’ব অসম ভৱন

মুম্বাইলৈ যাবলগীয়া হোৱা অসমৰ লোকসকলৰ বাবে এটা সুখবৰ। মুম্বাই মহানগৰীৰ হৃদয়স্থল কটন গ্ৰীনত ৪.৮ বিঘা মাটি আজি দ্বিতীয় অসম ভৱন নিৰ্মাণৰ বাবে অসম চৰকাৰক জাহাজ আৰু বন্দৰ মন্ত্ৰালয়ৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰা হয়। এই নতুন অসম ভৱনে…

ইবোলা আতংকত কম্পমান আফ্ৰিকা, ৯০০ সন্দেহজনক ৰোগী চিনাক্ত

কংগোত ইবোলা ভাইৰাছ মোকাবিলাৰ বাবে নিৰীক্ষণ বৃদ্ধি কৰাৰ সমান্তৰালভাৱে নতুন নতুন আক্ৰান্তৰ ঘটনাও পোহৰলৈ আহিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মহাপৰিচালকে জানিবলৈ দিয়ে যে এতিয়ালৈকে ৯০০ৰো অধিক সন্দেহজনক ৰোগীৰ সন্ধান পোৱা গৈছে। ইয়াৰ ভিতৰত ১০১টা ঘটনা…

২৯ মে’ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায়দান

গুৱাহাটী উচ্চ ন্যায়ালয়ে ২৯ মে’ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ওপৰত ৰায়দান কৰিব। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই শ্যামকানু মহন্ত মালয়েছিয়ালৈ পলায়ন কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যে ব্যাপক চাঞ্চল্যৰ…

বিপদত অখিল গগৈ : NSAৰ ধাৰা আৰোপ

ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে NSAৰ ধাৰা আৰোপ কৰা হৈছে। CAA আন্দোলনৰ সময়ত চাবুৱা থানাত ৰুজু হোৱা এটা গোচৰক লৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী আইন (CAA) বিৰোধী আন্দোলনৰ সময়ত চাবুৱাত দাখিল কৰা গোচৰটোৰ পুনৰ…

উৰিয়ামঘাট সীমান্তত নগাৰ আগ্ৰাসন! উচ্ছেদিত ভূমিত নাগালেণ্ডৰ ফলক

সৰুপথাৰ সমজিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত এলেকাক কেন্দ্ৰ কৰি পুনৰ সৃষ্টি হৈছে তীব্ৰ উত্তেজনা। উচ্ছেদিত ভূমিৰ ডিমৰুজান অঞ্চলত এখন দোকান স্থাপন কৰি তাত ৱচন ভিলেজ ঊষা : নাগালেণ্ড (WOCHAN VILLAGE…