পুৰণিগুদামত কিশোৰে নিৰ্মাণ কৰি উলিয়ালে জুবিন সোঁৱৰণী গীটাৰ
অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি থকা শ্ৰদ্ধা, ভালপোৱা আৰু অনুপ্ৰেৰণাকে সাৰোগত কৰি অভিজ্ঞতা নথকা সত্ত্বেও আৰু পৰ্যাপ্ত সজুঁলি নোহোৱাকৈয়ে নগাঁও পুৰণিগুদামৰ এগৰাকী কিশোৰে নিৰ্মাণ কৰি উলিয়ালে এখন acoustic guitar ৷ জ্যেষ্ঠ…