নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এনইচি মেধা বৃত্তি আঁচনিৰ প’র্টেল মুকলি

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ নৱেম্বৰঃ ২০২৪–২৫ শিক্ষাবর্ষৰ বাবে উত্তৰ–পূর্বাঞ্চলৰ মেট্রিকোত্তৰ ছাত্র–ছাত্রীৰ কাৰণে এনইচি মেধা বৃত্তি আঁচনিৰ অধীনত ৰাষ্ট্রীয় বৃত্তি প’র্টেলযোগে আবেদন গ্রহণ কৰি থকা হৈছে৷ উত্তৰ–পূব পৰিষদৰ বিত্তীয় উপদেষ্টা (ইএণ্ডএম)…

কাৰোবাক যদি আঘাত কৰিছোঁ, অনুগ্রহ কৰি ক্ষমা কৰিব

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ নৱেম্বৰঃ দুবছৰীয়া কার্যকালৰ সামৰণি মাৰি অৱসৰ গ্রহণ কৰিলে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ে৷ ২০২২ চনৰ ৯ নৱেম্বৰত সর্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্রহণ কৰি দুটা বছৰ দেশৰ ইতিহাসত…

সম্পাদকীয় : অসম সাহিত্য সভাত সংকট

শতবর্ষ গৰকা অসম সাহিত্য সভালৈ আহিছে গভীৰ সংকট৷ অসমীয়া সাহিত্যক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ প্রয়াসেৰে এচাম প্রসিদ্ধ সাহিত্যিক, বৰেণ্য পণ্ডিতে এশ বছৰ পূর্বেই আমাৰ মর্যাদাসম্পন্ন ভাষা–সাহিত্যৰ চর্চা কৰাৰ বাবে উমৈহতীয়া মঞ্চ এখনৰ কথা চিন্তা কৰিছিল৷…

জানক আজিৰ দিনটোৰ ৰাশিফল

আজি ৯ নৱেম্বৰ, কাতি মাহৰ ২৩ তাৰিখ শনিবাৰঃ তিথি–শুক্লাষ্টমী, নক্ষত্রঃ শ্রৱনা, যাত্রাঃ নাই মেষঃ নতুন কোনো উদ্যোগ বা ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত বিনিয়োগ কৰিব পাৰে৷ চাকৰিত পদোন্নতিৰ সম্ভাৱনা৷ প্রেমত প্রতাৰিত হ’ব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৭৷…

চিনামৰাত ছাত্ৰ-ছাত্ৰীৰে ধান দাই ৰবাব টেঙাৰ জুতি ল’লে অতুল বৰাই

🔹 চিনামৰা জাতীয় বিদ্যালয়ে দেখুৱাইছে অনন্য নিদর্শন 🔹 ধান দোৱা পর্ব উদ্বোধন কৃষিমন্ত্ৰীৰ বিশেষ বাৰ্তা, ৮ নৱেম্বৰ : “আমাৰ উঠি অহা প্ৰজন্মক স্কুলীয়া শিক্ষাৰ সময়ৰ পৰাই বিদ্যায়তনিক পাঠ্যক্ৰমৰ লগতে কৃষিৰ জ্ঞান-অভিজ্ঞতাৰ বীজ ৰোপণত ২০০৬ চনৰে…

উন্মীলন অনুষ্ঠানেৰে মুখৰ অসম গ্ৰন্থমেলা দুলীয়াজানৰ বাকৰি 

নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ নৱেম্বৰঃ লেখক-পাঠকৰ সমাৱেশ, ভাষা-সাহিত্য বিষয়ক আলোচনা, কবিতা পাঠ আদিৰে আকৰ্ষণীয় হৈ পৰিছে অসম গ্ৰন্থমেলা, দুলীয়াজান ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ইয়াৰ বিহুতলীত আয়োজন কৰা অসম…

ধুবুৰীত ষট্ পূজাক লৈ উখল-মাখল পৰিৱেশ

নিয়মীয়া বাৰ্তা, ৮ নৱেম্বৰঃ ষট্ পূজা উপলক্ষে আজি পুৱতিনিশাৰ পৰা ধুবুৰীৰ বিভিন্ন পাৰঘাট লোকাৰণ্য হৈ পৰে। উল্লেখ্য যে এইবাৰ চহৰখনৰ কাষেৰে বৈ যোৱা বৰলুইত আৰু গদাধৰ নৈৰ মুঠ ৮টাকৈ পূৰ্বনিৰ্ধাৰিত পাৰঘাটত ষট্ পূজা অনুষ্ঠিত হয়। প্ৰতিবছৰৰ দৰে এইবাৰো…

মাজুলীত বিষ্ণু খাৰঘৰীয়া-কৰুণা বৰাক ডক্টৰেট ডিগ্ৰী প্ৰদান

বিশেষ বাৰ্তা, ৮ নৱেম্বৰ : মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ শৈক্ষিক ইতিহাসৰ এক অন্যতম খোজস্বৰূপে বিশ্ববিদ্যালয়খনৰ প্ৰথম দীক্ষান্ত সমাৰোহ খনি আজি অনুষ্ঠিত হয়। ২০১৭ চনত অসম চৰকাৰে গৃহীত কৰা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় আইন অনুসৰি ২০২০-২০২১…

আৰণ্যকৰ বিজ্ঞানী ড০ বিভূতি প্ৰসাদ লহকৰলৈ নেভিলি শুলমেন বঁটা

নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ নৱেম্বৰঃ অসমৰ জ্যেষ্ঠ সংৰক্ষণ বিজ্ঞানী ড০ বিভূতি প্ৰসাদ লহকৰলৈ বিশ্বৰ প্ৰসিদ্ধ পৰিৱেশ সংস্থা “আৰ্থৱাটছ ইউৰোপ”ৰ ২০২৪-২৫ বৰ্ষৰ নেভিলি শুলমেন বঁটা আগবঢ়োৱা হৈছে। অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যক…

ঢকুৱাখনাৰ হাৰ্হি মহাবিদ্যালয়ত ভাষা গৌৰৱ সপ্তাহ

নিয়মীয়া বাৰ্তা, ৮ নৱেম্বৰ : অসম চৰকাৰৰ আহ্বানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানৰ দৰেই ঢকুৱাখনাৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান হাৰ্হি মহাবিদ্যালয়ত অসমীয়া বিভাগৰ সৌজন্যত ভাষা গৌৰৱ সপ্তাহৰ শুকুৰবাৰে আনুষ্ঠানিক কাৰ্যসূচী সম্পন্ন হয়।…