দেশজুৰি পুনৰ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি, দামবৃ্দ্ধি CNG-ৰো
দেশজুৰি পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধি অব্যাহত আছে।
এতিয়া চিএনজি (CNG)ৰ মূল্যও প্ৰতিখন কিলোগ্ৰামত ১ টকাকৈ বৃদ্ধি কৰা হৈছে।
কালি পৰ্যন্ত চিএনজিৰ দাম আছিল ৮০.০৯ টকা, যি এতিয়া বৃদ্ধি পাই ৮১.০৯ টকা হৈছে।
আনহাতে চৰকাৰী তেল…