নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েঞ্চত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ৭ জানুৱাৰী বাংগালুৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েঞ্চত খালী হোৱা পদ পূৰণৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

ভাৰতীয় ৰাষ্ট্ৰীয় যুৱ বিজ্ঞান একাডেমীৰ সদস্য নিৰ্বাচিত ঢকুৱাখনাৰ ড৹ পংকজ ভৰালী

🔹 অসমীয়া যুৱ বিজ্ঞানীলৈ ৰাষ্ট্ৰীয় স্বীকৃতি নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰী : ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল এগৰাকী অসম-সন্তান। অসমীয়া বিজ্ঞানী তথা ঢকুৱাখনাৰ সু-সন্তান ড৹ পংকজ ভৰালীলৈ ৰাষ্ট্ৰীয় স্বীকৃতি। সম্প্ৰতি যোৰহাটৰ নৰ্থ-ইষ্ট ইনষ্টিটিউট অৱ…

এছবিআইত ৬০০ বিষয়া পদৰ নিযুক্তিৰ বিজ্ঞাপন

🔹 আবেদনৰ অন্তিম তাৰিখ ১৬ জানুৱাৰী ষ্টেট বেংক অৱ ইণ্ডিয়াত প্রবেছনাৰী অফিচাৰ (পিঅ’)ৰ ৬০০ খালী পদ পূৰণৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

অধিনায়ক ৰোহিত শর্মাৰ টেষ্টৰ দুৱাৰ বন্ধ

🔹 মুখ্য নির্বাচক আগৰকাৰে কৰিলে বিস্ফোৰক মন্তব্য নিউজ ডেস্ক, ৪ জানুৱাৰী : টি–২০ৰ পিছত এইবাৰ টেষ্টতো অন্ত পৰিছে ৰোহিত শর্মাৰ কেৰিয়াৰ! অষ্ট্রেলিয়াৰ বিপক্ষে চলি থকা ব’ৰ্ডাৰ–গাভাস্কাৰ ট্ৰফীৰ মেলব’ৰ্নত অনুষ্ঠিত চতুর্থ টেষ্টখনেই এতিয়া ৰোহিতৰ…

স্পীডব্রেকাৰত এম্বুলেঞ্চৰ জোকাৰণিত জীৱিত হৈ উঠিল ‘মৃত’ ব্যক্তি

🔹 চাঞ্চল্যকৰ ঘটনা : পুনৰ চিকিৎসাত সম্পূর্ণ সুস্থ নিউজ ডেস্ক, ৪ জানুৱাৰী : কেতিয়াবা পথৰ স্পীডব্রেকাৰ গাড়ীচালকৰ বাবে হৈ পৰে যন্ত্রণাদায়ক৷ বিভিন্নজনে এই স্পীডব্রেকাৰক মৰণফান্দ বুলি গণ্য কৰে৷ কিন্তু এই স্পীডব্রেকাৰেই এগৰাকী মৃত ব্যক্তিক জীৱিত…

HMPV : চীনত পুনৰ ৰহস্যময় ভাইৰাছৰ প্রাদুর্ভাৱ

🔹 পৃথিৱীৰ বাসিন্দালৈ আন এক শংকা ড্রেগনৰ দেশৰ 🔹 শিশু–বৃদ্ধসহ বহুজন আক্রান্ত : চিকিৎসালয়ত দীঘলীয়া শাৰী 🔹 মাস্ক পৰিধান, সঘনাই হাত ধুবলৈ নির্দেশনা নিউজ ডেস্ক, ৪ জানুৱাৰী : ক’ভিড–১৯ৰ ভয়াৱহতা পুনৰ উভতি আহিব নেকি? পৃথিৱীবাসীলৈ আন এক শংকা…

ক্রীড়া জগতৰ সর্বোচ্চ সন্মান

প্রতিগৰাকী খেলুৱৈয়ে কেৰিয়াৰ আৰম্ভ কৰাৰ সময়তে অলিম্পিক গেমছৰ নিচিনা বৃহৎ প্রতিযোগিতাত খেলাৰ সপোন দেখে৷ আনহাতে খেলুৱৈ হিচাপে প্রতিষ্ঠা লাভ কৰাৰ লগে লগে তেওঁলোকৰ মনত আন এক সপোনে ভুমুকি মাৰে৷ সেই সপোন হৈছে দেশৰ ক্রীড়াক্ষেত্রৰ সর্বোচ্চ সন্মান…

আজিৰ দিনটোৰ ৰাশিফল

আজি ৪ জানুৱাৰী, পুহ মাহৰ ১৯ তাৰিখ শনিবাৰ : তিথি–শুক্লা পঞ্চমী, নক্ষত্র : শতভিষা, যাত্রা : নাই মেষ : শুভ ৰং বগা, সংখ্যা ৪৷ অচিন শত্রুৰ পৰা ক্ষতি হোৱাৰ ভয়৷ চাকৰিয়ালসকলে সন্মান লাভ কৰিব৷ ব্যৱসায়ত লোকচানৰ আশংকা আছে৷ সন্তানে দুখ দিব৷ বৃষ :…

সুকন্যা : প্রসৱৰ পাছত নতুন মাতৃৰ বিষাদগ্রস্ততা

গায়ত্রী বৰা কলিতা মাতৃত্ব অর্জন কৰা বা মাক হোৱাটো হয়তো সৰহসংখ্যক নাৰীৰেই সপোন৷ মাতৃস্নেহক পৃথিৱীৰ কোনো বস্তুৰে লগত আমি তুলনা কৰিব নোৱাৰোঁ৷ এই মৰমতকৈ নির্ভেজাল আন একো হ’ব নোৱাৰে৷ এতিয়া বহুতৰে মনত বোধহয় প্রশ্ন জাগিব যে ইমান এক সুন্দৰ, সুখৰ…

হোজাই প্ৰেছ ক্লাবৰ ৩১সংখ্যক প্ৰতিষ্ঠা দিৱস

🔹 বিনামূলীয়া স্বাস্থ্য শিবিৰত দুই শতাধিক শিক্ষাৰ্থীৰ স্বাস্থ্য পৰীক্ষা নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰী : ১৯৯৪ চনৰ তিনি জানুৱাৰীত প্ৰতিষ্ঠা হোৱা হোজাই প্ৰেছ ক্লাবৰ ৩১ তম প্ৰতিষ্ঠা দিবসটি আজি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। আজিৰ প্ৰথম…