পাকিস্তান-বাংলাদেশ সীমান্তত ‘স্মাৰ্ট ব’ৰ্ডাৰ’ৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ
ডিজিটেল ডেস্ক, ২৩ মে' : অনুপ্ৰৱেশ ৰোধৰ ক্ষেত্ৰত কঠোৰ কেন্দ্ৰীয় চৰকাৰ। গ্ৰহণ কৰা হৈছে ‘জিৰো ট’লাৰেন্স’ নীতি। পাকিস্তান আৰু বাংলাদেশ সীমান্তত অধিক কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্যৰে এইবাৰ ‘স্মাৰ্ট ব’ৰ্ডাৰ’ আৰম্ভ কৰাৰ চিন্তা কৰিছে…