ইৰান সংঘর্ষক লৈ ট্রাম্প–নেতান্যেহুৰ মতবিৰোধ
ডিজিটেল ডেস্ক, ২২ মে’ : ইৰান যুদ্ধৰ ক্ষেত্রত পৰৱর্তী পদক্ষেপ কি হ’ব, তাকে লৈ এইবাৰ মতবিৰোধে দেখা দিলে দুই বন্ধুৰ মাজত৷ আমেৰিকাই যি পথেৰে আগবাঢ়িছে সেয়া পছন্দৰ নহয় ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেতান্যেহুৰ৷ নেতান্যেহুৱে যি বিচাৰিছে সেই…