নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫০ লাখ নিদিলে শ্বাহৰুখ খানক হত্যা কৰিম : অনুৰাগীৰ চিন্তা বৃদ্ধি

নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ নৱেম্বৰঃ বলীউডৰ কিং শ্বাহৰুখ খানক মৃত্যুৰ ভাবুকি দিয়া হৈছে। শ্বাহৰুখ খানক ভাবুকি দিয়া অভিযুক্তই অভিনেতাগৰাকীৰ প্ৰডাকচন কোম্পানী ৰেড চিলিছলৈ ভাবুকিমূলক ফোন কৰিছে। এই বিষয়ত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ…

নগাঁৱত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ বৰটোকোলাক পৰিচৰ্যা বৈশালী-বুবুলৰ

বিশেষ বাৰ্তা, ৬ নৱেম্বৰঃ নগাঁৱৰ বঢ়মপুৰ অঞ্চলত মুমুৰ্ষ অৱস্থাত উদ্ধাৰ হোৱা এটা বৰটোকোলা পোৱালি চিকিৎসাধীন হৈ আছে। নগাঁও সংমণ্ডল বনবিভাগৰ কাৰ্যালয়ত বৰটোকোলা পোৱালিটো ৮ অক্টোবৰৰ পৰা চিকিৎসাধীন হৈ আছে। এমাহ ধৰি চিকিৎসাধীন হৈ থকা এই পোৱালিটো…

পীতাম্বৰ দেৱগোস্বামীক সুধাকন্ঠ ড° ভূপেন হাজৰিকা সংহতি বঁটা প্ৰদান

নিয়মীয়া বাৰ্তা, ৭ নৱেম্বৰঃ সদৌ গোলাঘাট জিলা ছাত্র সন্থা আৰু ড° ভূপেন হাজৰিকা স্মৃতিৰক্ষা সমিতি, গোলাঘাটৰ উদ্যোগত ৫ অক্টোবৰত গোলাঘাট শ্বহীদ ভৱনত অনুষ্ঠিত সুধাকন্ঠ ড° ভূপেন হাজৰিকা স্মৃতি দিৱসৰ অনুষ্ঠানত সুধাকন্ঠ ড° ভূপেন হাজৰিকা সংহতি বঁটা…

আইচিচি টেষ্ট ৰেংকিং : প্রথম ২০ৰ পৰা বাহিৰ বিৰাট কোহলি

নিউজ ডেস্ক, ৭ নৱেম্বৰ : টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ বিৰাট কোহলিৰ আইচিচি টেষ্ট ৰেংকিঙত বৃহৎ অৱনমন ঘটিছে৷ শেহতীয়াকৈ প্রকাশ পোৱা আইচিচি টেষ্ট ৰেংকিঙৰ বেটাৰ শাখাৰ প্রথম ২০ৰ পৰা বাহিৰ হয় কোহলি৷ নিউজিলেণ্ডৰ বিৰুদ্ধে সদ্য সমাপ্ত তিনিখনীয়া টেষ্ট মেচৰ…

নলবাৰীৰ বিতর্কিত ডিচি বর্ণালী ডেকাৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

🔹 মানসিক নির্যাতনৰ অভিযোগত অর্পণা শর্মাৰ গোচৰ 🔹 কোকৰাঝাৰতো তলতীয়া কর্মচাৰীক নির্যাতন চলাইছিল বর্ণালী ডেকাই বিশেষ বার্তা,  ৬ নৱেম্বৰ : অৱশেষত নলবাৰী জিলাৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে বহু বিতর্কিত আইএএছ বিষয়া তথা নলবাৰী জিলাৰ…

অধিনায়কৰ ওপৰত খং : খেলৰ মাজতে খেলপথাৰ ত্যাগ যোচেফৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ নৱেম্বৰঃ কালি ৱেষ্ট ইণ্ডিজ আৰু ইংলেণ্ডৰ মাজত তৃতীয়খন এদিনীয়া খেল অনুষ্ঠিত হয়। এই খেলখনত ৱেষ্ট ইণ্ডিজে ৮ উইকেটত দৰ্শনীয় জয় লাভ কৰে। এই মেচখনত এটা অতি আমোদজনক দৃশ্য দেখা গ’ল, য’ত বলাৰজনে অধিনায়কৰ ওপৰত খং কৰি…

চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে মাত্ৰ ৩খন এদিনীয়া খেলিব টীম ইণ্ডিয়াই

নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ নৱেম্বৰঃ ২০২৫ চনত আয়োজন কৰা হ’ব আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫। একে সময়তে পাকিস্তানে এই প্ৰতিযোগিতাখন আয়োজন কৰিব। বহুদিনৰ মূৰত পাকিস্তানে আয়োজন কৰিছে আই চি চি টুৰ্ণামেণ্ট। অৱশ্যে আই চি চি চেম্পিয়নছ ট্ৰফীৰ বাবে…

বাৰীৰ ঢাপত তপোবনসদৃশ গছপুলিৰ নাৰ্ছাৰী অৱসৰী শিক্ষকৰ

নিয়মীয়া বাৰ্তা, ৭ নৱেম্বৰঃ “বাৰীৰ ঢাপত ৰোৱা এজোপা ৰঙা বা বগা চন্দন গছে বাৰ বছৰৰ পাছত দিব পাৰে তিনি-চাৰি লাখ পৰ্যন্ত” ! কামৰূপৰ নগৰবেৰাৰ অৱসৰী শিক্ষক বিপুল কুমাৰ মেধিয়ে কৰিছে এনে তাৎপৰ্যপূৰ্ণ মন্তৱ্য। নিজৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰে পৰিপূৰ্ণ…

মোদীৰ অভিনন্দন : ড’নাল্ড ট্রাম্প মোৰ বন্ধু

নিউজ ডেস্ক, ৭ নৱেম্বৰ : আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি নির্বাচনত দ্বিতীয়বাৰৰ বাবে জয়ী হোৱা পৰম বন্ধু, প্রাক্তন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পক অভিনন্দন প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ ঐতিহাসিক বিজয়ৰ পাছত প্রধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমত কয়–…

পোষ্টাৰক লৈ উত্তপ্ত সদন : দিনটোৰ বাবে স্থগিত বিধানসভাৰ কাৰ্যবিধি

নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ নৱেম্বৰঃ আজি জম্মু-কাশ্মীৰ বিধানসভাত তীব্ৰ উত্তাল পৰিস্থিতিৰ সৃষ্টি হয়। ৩৭০ অনুচ্ছেদক ​​লৈ সংঘটিত হয় এই কাজিয়া। এই সময়ছোৱাত পোষ্টাৰ ফাটি গৈছিল। এই হুলস্থুলৰ বাবে সদনৰ কাৰ্য্যবিধি ২০ মিনিটৰ বাবে স্থগিত ৰখা হয়।…