‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ছাৰ্জিকেল ষ্ট্ৰাইক
ভাৰতৰ মুখ্য ন্যায়াধীশৰ মন্তব্যৰ বিৰোধিতাত আৰম্ভ হোৱা ‘ককৰোচ জনতা পাৰ্টী’ (CJP)-ৰ X একাউণ্ট বন্ধ কৰি দিয়া হৈছে। যোৱা কেইদিনমান ধৰি এই অনলাইন পাৰ্টীটোক লৈ ইণ্টাৰনেটত ব্যাপক চৰ্চা চলি আছিল।
CJP-ৰ প্ৰতিষ্ঠাপক অভিজিক দীপকে দাবী কৰিছে যে…