নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰোহিত–কোহলি সন্দর্ভত কঠোৰ সিদ্ধান্ত ব’র্ডৰ !

🔹 আগন্তুক অষ্ট্রেলিয়া ভ্রমণতেই অগ্নিপৰীক্ষা দুই তাৰকাৰ নিউজ ডেস্ক, ৫ নৱেম্বৰ : আগন্তুক অষ্ট্রেলিয়া ভ্রমণেই ভৱিষ্যৎ নির্ভৰ কৰিব টীম ইণ্ডিয়াৰ দুই তাৰকা খেলুৱৈ ৰোহিত শর্মা আৰু বিৰাট কোহলিৰ৷ নিউজিলেণ্ডৰ হাতত গৃহভূমিত হোৱাইট ৱাছৰ সন্মুখীন…

বংগবন্ধু মুজিবুৰ ৰহমান-হাছিনাৰ স্মৃতি বিলুপ্ত

নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ নৱেম্বৰঃ বাংলাদেশৰ ৰাষ্ট্রীয় দিৱসৰ তালিকাৰ পৰা পূর্বেই বাদ পৰিছে আঠটা দিন৷ এই দিনবোৰৰ সিংহভাগেই আছিল প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ পৰিয়ালৰ সদস্যসকলৰ স্মৃতি৷ এইবাৰ বাংলাদেশৰ ১৪খন হাস্পতালৰ নাম সলনি কৰিলে…

স্বামীৰ প্রথম পত্নীক ৫০বাৰ ছুৰীৰে আঘাত তৰুণীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ নৱেম্বৰঃ স্বামীৰ প্রথম পত্নীক ছুৰীৰে আঘাত কৰাৰ অভিযোগত গ্রেপ্তাৰ কৰা হ’ল তৰুণীক৷ দুর্বাদল কাজিয়াৰ মাজতে সতিনীয়েকক ৫০বাৰ ছুৰীৰে আঘাত কৰে এই তৰুণীজনীয়ে৷ ইয়াৰ লগতে মুখত ভৰিৰেও লথিয়ায়৷ এই ঘটনাৰ এটা ভিডিঅ’ ইতিমধ্যে…

বাংলাদেশীক অনুপ্রৱেশৰ সুযোগ দিছে ছোৰেন চৰকাৰে

নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ নৱেম্বৰঃ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ পিছত এইবাৰ ঝাৰখণ্ড বিধানসভা নির্বাচনৰ প্রচাৰত অংশগ্রহণ কৰি বাংলাদেশী অনুপ্রৱেশক লৈ বিৰোধী দলসমূহক আক্রমণৰ লক্ষ্য হিচাপে বাছি ল’লে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ প’লামু…

৩৭০ ধাৰা বাতিলক লৈ উত্তপ্ত বিধানসভা

নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ নৱেম্বৰঃ প্রায় ১০ বছৰ পিছত বিধানসভা নির্বাচন সম্পন্ন হৈছে জম্মু–কাশ্মীৰত৷ নির্বাচনত জয়লাভ কৰি চৰকাৰ গঠন কৰিছে নেচনেল কনফাৰেঞ্চ (এনচি)–এ৷ মুখ্যমন্ত্রী হৈছে ওমৰ আব্দুল্লা৷ ৬ বছৰ পিছত জম্মু–কাশ্মীৰ বিধানসভাৰ অধিৱেশন…

সম্পাদকীয় : ভাষা গৌৰৱ সপ্তাহৰ গুৰুত্ব

বিশ্বৰ বহুসংখ্যক মাতৃভাষা মৃত্যুমুখত পৰাৰ সময়তে ভাৰতবর্ষৰ অন্যতম ধ্রুপদী ভাষাৰূপে অসমীয়া ভাষাই স্বীকৃতি লাভ কৰাটো প্রতিজন অসমীয়াৰ বাবে গৌৰৱৰ কথা৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে ১৩ অক্টোবৰত অসমীয়া ভাষাক ধ্রুপদী…

জানক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আজি ৫ নৱেম্বৰ, কাতি মাহৰ ১৯ তাৰিখ মঙলবাৰঃ তিথি–শুক্লা চতুর্থী, নক্ষত্রঃ জ্যেষ্ঠা, যাত্রাঃ নাই মেষঃ আনৰ লগত তুলনা কৰাটো আপুনি ভাল নাপাব৷ নিজৰ ভাবমূর্তিৰ প্রতি আপোনাৰ থকা দৃঢ়তা ৰক্ষা কৰিব পাৰিব৷ বিয়া–বাৰুৰ কথা–বতৰাত আগুৱাব পাৰে৷…

সাংসদ ৰকিবুল হুছেইনক বিচাৰি চামগুৰিত শুকুৰ আলী

নিয়মীয়া বাৰ্তা, ৪ নৱেম্বৰ : ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক বিচাৰি আজি চামগুৰিত উপস্থিত হয় শুকুৰ আলী৷ শুকুৰ আলীয়ে চামগুৰিত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত ৰকিবুল হুছেইনৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰে৷ শুকুৰ আলীয়ে কয় যে ধুবুৰীৰ…

কাছাৰত ৭ কোটি টকাৰ য়াবা টেবলেটসহ হেৰ’ইন জব্দ

🔹 বৰপেটাৰ আব্দুল আলিমক আটক নিয়মীয়া বাৰ্তা, ৪ নৱেম্বৰ : কাছাৰত ৭ কোটি টকাৰ য়াবা টেবলেটসহ হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই জনোৱা মতে, বিশ্বাসযোগ্য চোৰাংচোৱাৰ খবৰৰ ভিত্তিত কালি সন্ধিয়া কাছাৰ…

বিচিচিআইৰ পৰৱৰ্তী সম্পাদক কোন? চৰ্চাত দুই ব্যক্তি

নিয়মীয়া বাৰ্তা ডিজিটেল, ৪ নৱেম্বৰঃ আইচিচিৰ অধ্যক্ষ হিচাপে পৰিগণিত হোৱা জয় শ্বাহ ১ ডিচেম্বৰৰ পৰা কাৰ্যকাল আৰম্ভ কৰিব। এতিয়ালৈকে জয় শ্বাহে বিচিচিআইৰ সম্পাদক হিচাপে কাম কৰি আছে, কিন্তু ১ ডিচেম্বৰৰ পিছত কোনে ল’ব জয় শ্বাহৰ পদ? ডিচেম্বৰ মাহ ওচৰ…