NEET-UG 2026 প্ৰশ্নকাকত ফাদিল : কোচিং চেণ্টাৰৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ
NEET-UG 2026 প্ৰশ্নকাকত ফাদিল কাণ্ডত CBI-য়ে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। তদন্তকাৰী সংস্থাটোৱে এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত এটা কোচিং প্ৰতিষ্ঠানৰ গৰাকীক গ্ৰেপ্তাৰ কৰিছে।
CBI-য়ে মূল অভিযুক্ত অধ্যাপক শিৱৰাজ মোটেগাংকৰক গ্ৰেপ্তাৰ কৰিছে। তেওঁ…