নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমাৰ ঐতিহ্য : বঙাইগাঁৱৰ বিষ্ণুপুৰ সত্র

ড০ হৰিচৰণ দাস মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে তীর্থ ভ্রমণ কৰা কালত যিবোৰ ঠাইত ৰৈছিল বা নিশা যাপন কৰিছিল, তেনে কিছুমান ঠাইত একোখন থান বা সত্র হৈছিল৷ গুৰুজনাই য’লৈকে গৈছিল তাতেই তেওঁ বিপুল সমাদৰ লাভ কৰিছিল৷ ৰাইজৰ অকুণ্ঠ মৰম আৰু শ্রদ্ধাৰ…

২৬ ঘণ্টা ৰঙালাউৰ নাৱেৰে ৭৩.৫ কিলোমিটাৰ নদীপথ অতিক্রম

🔹 বিশ্বাভিলেখ মার্কিন যুৱকৰ নিউজ ডেস্ক, ৪ নৱেম্বৰ : ৰঙালাউৰ নাৱত উঠি বিশ্বাভিলেখ গঢ়িলে আমেৰিকান যুৱকে৷ বিশ্বাস কৰিবলৈ কঠিন যদিও এয়া সঁচা ঘটনা৷ এটা ৰঙালাউ ইমানেই বিশাল যে লাউটোৰ এফাল নাৱৰ দৰে কৰি ৭৩.৫ কিলোমিটাৰ পানীত উটি গ’ল যুৱকজন৷…

প্লাজমাৰ সহায়ত চলিছে বিকল্প শক্তি আহৰণৰ অভিযান ড০ জয়ন্তী চুতীয়াৰ

প্লাজমা পদার্থ বিজ্ঞান ক্ষেত্রখনৰ সৈতে যুক্ত এগৰাকী অসম কন্যা৷ দেশৰ লগতে জাপান, জার্মানীকে ধৰি বিশ্বৰ কেইবাখনো আগশাৰীৰ ৰাষ্ট্রত বিজ্ঞানী হিচাপে অধ্যয়ন–গৱেষণা চলাই ইতিমধ্যে আর্জিছে আন্তর্জাতিক খ্যাতি৷ প্লাজমা পদার্থ বিজ্ঞানক মূল বিষয় হিচাপে…

ডিক’ডিং জীৱন : মৃত্যুঃ জীৱনৰ আইনা

ড০ পাৰ্থসাৰথি মহন্ত জীৱনযাত্রাত প্রতিজন ব্যক্তিয়ে নিজ কর্ম আৰু দর্শনেৰে এক অনন্য উত্তৰাধিকাৰী এৰি থৈ যায়৷ মূল্যবোধ৷ আপাতদৃষ্টিত মৃত্যু অন্ত যদিও ই উন্মোচন কৰি যায় ব্যক্তিজনৰ সত্তা৷ এই সত্তা, এৰি থৈ যোৱা মূল্যবোধে কৰে জীৱনৰ মূল্যায়ন৷ কিছু…

অস্ত্রোপচাৰত পেটত ওলাল বেটাৰী–ব্লেড–স্ক্রু

🔹 হাস্পতালত মৃত্যু ১৪ বছৰীয়া কিশোৰ নিউজ ডেস্ক, ৪ নৱেম্বৰ : উত্তৰ প্রদেশৰ এজন ১৪ বছৰীয়া কিশোৰৰ পেটৰ ভিতৰত পোৱা গ’ল বেটাৰী, চেইন, ব্লেড, স্ক্রুসহ ৬৫ বিধ বিভিন্ন ধৰণৰ বস্তু৷ অস্ত্রোপচাৰৰ সময়ত এইবোৰ কিশোৰজনৰ পেটৰ পৰা উদ্ধাৰ হৈছে৷ চিকিৎসকে…

অন্তর্বাস পিন্ধি বিশ্ববিদ্যালয়ত প্রতিবাদ

🔹 ইৰানত কঠোৰ পোছাক বিধিক লৈ ক্ষুব্ধ তৰুণী নিউজ ডেস্ক, ৪ নৱেম্বৰ : ইৰানত মহিলাসকলৰ বাবে কঠোৰ পোছাক বিধিৰ কথা সকলোৰেই জ্ঞাত৷ সেই কঠোৰ পোছাক বিধিৰ বাবেই এইবাৰ নিজৰ পোছাক খুলিলে এজনী তৰুণীয়ে৷ বিশ্ববিদ্যালয়ৰ সন্মুখত তৰুণীজনীয়ে কেৱল অন্তর্বাস…

কংগ্রেছৰ অকলে খাওঁ নীতি

নির্বাচনী ৰণক্ষেত্রত শক্তিশালী প্রতিপক্ষক পৰাজিত কৰিবলৈ অথবা নিজকে শক্তিশালী ৰূপত অৱতীর্ণ কৰাবলৈ ৰাজনৈতিক দলে মিত্রজোঁটৰ ৰাজনীতিৰ আশ্রয় লয়৷ এই ৰাজনৈতিক ৰণকৌশলে বিগত সময়ছোৱাত বহু ৰাজনৈতিক দলৰ মর্চাক ক্ষমতালৈ অহাৰ বাট প্রশস্ত কৰিছে৷ এই…

আজিৰ দিনটোৰ ৰাশিফল

আজি ৪ নৱেম্বৰ, কাতি মাহৰ ১৮ তাৰিখ সোমবাৰ : তিথি–শুক্লা তৃতীয়া, নক্ষত্র : অনুৰাধা, যাত্রা : শুভ মেষ : মাংগলিক কিবা কাম কৰোঁ বুলি ভাবিছে যদি দিনৰ ২–৫ বজাৰ ভিতৰত শুভ৷ কর্মস্থানত জটিলতা কমিব৷ আপোনাৰ কর্তৃত্ব অক্ষুণ্ণ থাকিব৷ উদগ্রীৱ হৈ ৰৈ থকা…

বেলশৰত অসম নাট্য সন্মিলনৰ ৬৩সংখ্যক মধ্যকালীন অধিৱেশনৰ প্ৰস্তুতি

🔹 'ৰজা হৰিশ্চন্দ্ৰ' নাটৰ শুভ মহুৰত অনুষ্ঠান বিশেষ বাৰ্তা, ৩ নৱেম্বৰ : অসম নাট্য সন্মিলনৰ ৬৩সংখ্যক মধ্যকালীন বেলশৰ  অধিৱেশনক লৈ ব্যাপক প্ৰস্তুতি চলিছে। অহা ১৭, ১৮, ১৯, ২০, ২১ জানুৱাৰীত অনুষ্ঠিতব্য অসম নাট্য সন্মিলনৰ ৬৩সংখ্যক মধ্যকালীন বেলশৰ…

পাটাছাৰকুছিত সদৌ অসম প্ৰাগজ্যোতি একাংক নাট প্ৰতিযোগিতা

🔹 প্ৰথম শ্ৰেষ্ঠ দলৰ সন্মান মঙলদৈৰ জেংৰাই অসমলৈ নিয়মীয়া বাৰ্তা, ৩ নৱেম্বৰ : অন্যতম স্বেচ্ছাসেৱী সামাজিক অনুষ্ঠান বজালী জিলাৰ অন্তৰ্গত পাটাছাৰকুছিৰ প্ৰাগজ্যোতি ক্লাবৰ উদ্যোগত ২ নৱেম্বৰত স্থানীয় নিৰ্মল হালৈ মহাবিদ্যালয়ৰ ভূপেন হাজৰিকা…