নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৭ মে’, জেঠ মাহৰ ২ তাৰিখ দেওবাৰ : তিথি–শুক্লা প্রতিপদ, নক্ষত্র : পূর্বভাদ্রপদ, যাত্রা : নাই মেষ : আজি মামলা–মোকর্দমাত জয়লাভ কৰিব৷ মানসিক শান্তি বজাই ৰাখিব৷ শৈশৱৰ স্মৃতি ৰোমন্থন৷ ভ্রমণত শুভ৷ বিদ্যাত শুভ৷ শুভ ৰং বগা, শুভ সংখ্যা– ২৷…

মাতৃদুগ্ধ দানেৰে উজলিল প্ৰাক্তন ভাৰতীয় বেডমিণ্টন তাৰকা জ্বালা

ডিজিটেল ডেস্ক, ১৬ মে’ : প্ৰাক্তন ভাৰতীয় বেডমিণ্টন তাৰকা খেলুৱৈ জ্বালা গুট্টা এইবাৰ উজলিল হ’ল আন এটি ক্ষেত্রত৷ তেওঁৰ সন্তান জন্মৰ প্রথমটো বছৰতে হায়দৰাবাদ আৰু চেন্নাইৰ চৰকাৰী চিকিৎসালয়লৈ প্রায় ৬০ লিটাৰ মাতৃদুগ্ধ দানৰ কথা প্রকাশ কৰি সকলোৰে…

কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰে বুজাবুজি চুক্তি ৰাজেন্দ্রনাথ তালুকদাৰ স্মৃতি ন্যাসৰ

ডিজিটেল ডেস্ক, ১৬ মে’ : গ্রামাঞ্চলৰ কর্কট ৰোগীৰ সচেতনতা, প্রাৰম্ভিক পর্যায়ত কর্কট ৰোগ চিনাক্ত কৰা আৰু ৰোগীসকলৰ উপযুক্ত চিকিৎসা প্রদানত সহায় কৰিবলৈ আগবাঢ়ি আহিছে ৰাজেন্দ্রনাথ তালুকদাৰ স্মৃতি ন্যাস৷ বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ…

অত্যধিক উত্তাপে প্রভাৱ পেলাব ফিফা বিশ্বকাপত

ডিজিটেল ডেস্ক, ১৬ মে’ : আমেৰিকা–মেক্সিকো আৰু কানাডাত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপ ফুটবলত অত্যধিক উত্তাপে খেলুৱৈৰ বাবে ভাবুকি অনাৰ আশংকা কৰা হৈছে৷ এই লৈ আয়োজক আৰু খেলুৱৈসকলৰ মাজত বৃদ্ধি পাইছে উদ্বেগ৷ বিশেষজ্ঞসকলে খেলুৱৈ আৰু অনুৰাগীৰ…

‘ভূগোলত থাকিব নে ইতিহাস হ’ব, সিদ্ধান্ত ল’ব লাগিব পাকিস্তানে’, সকীয়নি ভাৰতীয়…

ডিজিটেল ডেস্ক, ১৬ মে' : ভাৰতবিৰোধী কাৰ্যকলাপ বন্ধ নকৰিলে পাকিস্তানে চূড়ান্ত পৰিণতি ভোগ কৰিব লাগিব বুলি পুনৰ কঠোৰ সতৰ্কবাণী দিলে ভাৰতীয় সেনাপ্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে। সন্ত্ৰাসবাদ অব্যাহত থাকিলে ইছলামাবাদ মানচিত্ৰৰ পৰাই নিশ্চিহ্ন…

আফ্ৰিকাত ইবোলা ভাইৰাছৰ আতংক, কংগোত ৬৫জনৰ মৃত্যু

ডিজিটেল ডেস্ক, ১৬ মে' : আফ্ৰিকাত পুনৰ ইবোলা ভাইৰাছৰ আতংক! মধ্য আফ্ৰিকাৰ দেশ ডি আৰ কংগোত এই মাৰাত্মক ভাইৰাছৰ ফলত ৬৫জন লোকৰ মৃত্যু হৈছে। আনহাতে, ২০০ৰো অধিক লোক এই ভাইৰাছত আক্ৰান্ত হৈছে। ইয়াৰে শতাধিক লোক চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে। এই…

চিৰাঙৰ বিজনীত বিজেপি নেতাৰ ঘৰত দুৰ্বৃত্তৰ আক্ৰমণ

ডিজিটেল ডেস্ক, ১৬ মে' : চিৰাং জিলাৰ বিজনী মহকুমাত মাজনিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। ১৮নং মানাস ছেৰফাং মণ্ডল বিজেপিৰ সভাপতি বিপুল সৰকাৰৰ ঘৰত আৰু  বিষ্ণুপুৰ ভি চি ডি চিৰ প্ৰাক্তন অধ্যক্ষ গদাধৰ দাসৰ ঘৰত দুৰ্বৃত্তই আক্ৰমণ চলোৱাৰ অভিযোগ…

হাইলাকান্দিত প্ৰকৃতিৰ ৰুদ্ৰৰূপ, ধাৰাসাৰ বৰষুণত ভাঙিল আৰ চি চি দলং

ডিজিটেল ডেস্ক, ১৬ মে' : হাইলাকান্দিত প্ৰকৃতিৰ ৰুদ্ৰৰূপ। ধাৰাসাৰ বৰষুণৰ ফলত ভাঙি পৰিল এখন গুৰুত্বপূর্ণ আৰ চি চি ব্ৰীজ। ফলত পাঁচগ্ৰামৰ সৈতে মুকাম কুটিৰ যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে। চৰম দুৰ্ভোগৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ। অবিৰাম…

নগাঁৱৰ বৰঘাটত আৰক্ষীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

ডিজিটেল ডেস্ক, ১৬ মে' : নগাঁও জিলাৰ বৰঘাট এলেকাত নিশা সংঘটিত এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় মৰিকলং ডকাইতি কাণ্ডৰ মূল অভিযুক্ত ৰাজিবুৰ ৰহমান। জানিব পৰা মতে, লখিমপুৰৰ ডকাইত ৰাজিবুৰ ৰহমানক লগত লৈ নগাঁও আৰক্ষীয়ে সোণ উদ্ধাৰৰ উদ্দেশ্যে…

কামপুৰত চাইবাৰ চক্ৰ উৎখাত, তিনিজনক আটক

ডিজিটেল ডেস্ক, ১৬ মে' : কামপুৰ আৰক্ষীয়ে চাইবাৰ অপৰাধৰ বিৰুদ্ধে অভিযান চলাই এক বৃহৎ সাফল্য লাভ কৰিছে। অভিযানত কামপুৰৰ চিমলাইপথাৰ এলেকাৰ পৰা তিনিজন লোকক আটক কৰা হয়। আৰক্ষী সূত্ৰে জানিব পৰা মতে, আটকাধীন লোককেইজন চাইবাৰ অপৰাধৰ সৈতে জড়িত…