নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচনৰ পূর্বে ট্রাম্পৰ বিৰুদ্ধে যৌন আতিশয্যৰ অভিযোগ

🔹 ছুইজাৰলেণ্ডৰ প্রাক্তন মডেলে ঘটালে বিস্ফোৰণ নিউজ ডেস্ক, ২ নৱেম্বৰ : আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনলৈ মাজত মাত্র তিনিটা দিন বাকী৷ নির্বাচনৰ পূর্বে পুনৰ যৌন কেলেংকাৰিৰ অভিযোগ উঠিল ৰিপাব্লিকান প্রার্থী ড’নাল্ড ট্রাম্পৰ বিৰুদ্ধে৷ প্রাক্তন…

১১ সন্তান, ২ প্রাক্তন পত্নী-প্রেমিকাক একেলগে ৰাখিব মাস্কে

🔹 টেক্সাছত বিশাল প্রাসাদ ক্রয় মার্কিন ধনকুবেৰৰ নিউজ ডেস্ক, ২ নৱেম্বৰ : ১১ সন্তান আৰু প্রাক্তন পত্নী তথা প্রেমিকাসকলৰ সৈতে একেলগে থকাৰ বাবে ১৪ হাজাৰ বর্গফুটৰ এটা প্রাসাদ ক্রয় কৰিছে মার্কিন ধনকুবেৰ এলন মাস্কে৷ নিজৰ পৰিয়ালক একেলগে ৰখাৰ লগতে…

ফুটবলৰ সর্বোচ্চ সন্মান

বিশ্বৰ পেছাদাৰী ফুটবলাৰসকলৰ বাবে আগবঢ়োৱা অন্যতম শ্রেষ্ঠ বঁটাটিয়ে হৈছে বেলন ডিঅ’ৰ৷ ১৯৫৬ চনৰ পৰা ফ্রান্সৰ আলোচনী ‘ফ্রান্স ফুটবল’ৰ তৰফৰ পৰা আগবঢ়াই অহা হৈছে৷ ক্রীড়া বিষয়ৰ লেখক গেব্রিয়েল হানোট আৰু জ্যেক ফেৰানোৰ কল্পনাপ্রসূত এই সন্মানজনক বঁটাটো…

আজিৰ দিনটোৰ ৰাশিফল

আজি ২ নৱেম্বৰ, কাতি মাহৰ ১৬ তাৰিখ শনিবাৰ : তিথি–শুক্লা প্রতিপদ, নক্ষত্র : বিশাখা, যাত্রা : শুভ মেষ : এই ৰাশিৰ জাতক–জাতিকাৰ স্বাস্থ্য বৰ ভাল দেখা নাযায়৷ চাকৰিয়ালৰ মধ্যম৷ বিদ্যাত কষ্ট কৰিলে বিদ্যার্থীসকলে ভাল ফল পাব৷ শুভ ৰং আকাশী নীলা৷ শুভ…

ঢকুৱাখনাৰ হাৰ্হি কলেজৰ ৰূপালী জয়ন্তীৰ সামৰণি

প্ৰজ্ঞা আৰু সত্যৰ ওপৰত অনুসন্ধানহে এখন শিক্ষানুষ্ঠান সদায় বৰ্তি থাকিব পাৰে-উপাচাৰ্য ড° জিতেন হাজৰিকা নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰ : পঁচিশ বছৰ অতিক্ৰম কৰা বৌদ্ধিক তথা বিদ্যায়তনিক উৎকর্ষ সাধনৰ মহান মন্ত্রেৰে গঢ় লৈ উঠা ঢকুৱাখনা সম জিলাৰ উচ্চ…

মনোহৰ বাৰ্মাৰ হিন্দী অনুবাদ গ্ৰন্থ ৰাধানাথ ফুকন ৰচনাৱলীলৈ সাহিত্য বঁটা-২০২৪

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ নৱেম্বৰঃ বিগত বছৰবোৰৰ দৰে এইবেলিও' কবি-সাহিত্যিক, গীতিকাৰ কৈলাশ নাথ শৰ্মা সোঁৱৰণী অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসম 'সাহিত্য বঁটা-২০২৪' প্ৰদান কৰিব হিন্দী সাহিত্যিক মনোহৰ বাৰ্মাৰ হিন্দী অনুবাদ গ্ৰন্থ ''ৰাধা নাথ ফুকন…

চামগুৰিত ৰকিবুলৰ ভেটিত কঁপনি তুলি বিজেপিৰ ৰথী-মহাৰথীৰ নিৰ্বাচনী প্ৰচাৰ

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰঃ অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যৰ ৫ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভিতৰত আটাইতকৈ আকৰ্ষণীয় হৈ পৰিছে এইবাৰ চামগুৰি বিধানসভা সমষ্টি। সুদীৰ্ঘ ২৩ বছৰ ধৰি কংগ্ৰেছৰ ৰকিবুল হুছেইনৰ দখলত থকা চামগুৰি বিধানসভা সমষ্টিৰ…

চৈকটা চাহ বাগিচাত বনহস্তীৰ তাণ্ডৱ : দহটাৰো অধিক ঘৰ ধ্বংস

বিশেষ বাৰ্তা, ১ নৱেম্বৰঃ মৰিয়নিৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ পৰা ওলাই যোৱা বনৰীয়া হাতীৰ এটা দলে বিভিন্ন অঞ্চলত দৈনিক উপদ্ৰৱ চলাই আহিছে। শেহতীয়াকৈ হাতীৰ জাকটো দিনৰ ভাগত চৈকটা চাহ বাগিচা, চেঁ‌চা সত্ৰ, বৰ চৈকটা আদি অঞ্চলত আশ্ৰয় লৈ আন্ধাৰ হ'লেই…

১৮,০০০ টকীয়া ম’বাইল কিনি এগৰাকী মহিলাই লাভ কৰিলে ১০ লাখ টকা

বিশেষ বাৰ্তা, ১ নৱেম্বৰ : বৰ্তমান ট্ৰেডিঙৰ জৰিয়তে প্ৰৱঞ্চকৰ হাতত বহু সাধাৰণ জনতাই হেৰুৱাইছে লাখ লাখ টকা, কিন্তু তেনে সময়তে তিনিচুকীয়াত দেখা গ’ল এক বিপৰীত দৃশ্য। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ এগৰাকী মহিলাই প্ৰায় ১৮ হাজাৰ টকা খৰচ কৰি লাভ কৰিলে…

মাতৃবিচ্ছিন্ন ডেৰমহীয়া হাতীৰ পোৱালি মাজুলীৰ লাচনচাপৰিত উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰ : মাজুলীত দীৰ্ঘদিনৰ পৰা বিচৰণ কৰি থকা ১৫০ জনীয়া হাতীৰ পালৰ পৰা ফালৰি কাটি জনাঞ্চলত প্ৰৱেশ কৰা এটি হাতীৰ পোৱালিক আজি ৰাইজে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মাজুলীৰ লাচনচাপৰিৰ লালমোহন পাংগিঙৰ গোহালিত পুৱাই এটা হাতী পোৱালি…