সেৰফানগুৰিৰ লোঙা নৈত সমূহীয়া মৎস্য ধৰা অনুষ্ঠান
নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰঃ প্ৰতিবছৰে কাতি মাহৰ ১৫ তাৰিখ আৰু পহিলা নৱেম্বৰত লঙা নদীত জাতি, ধৰ্ম, বৰ্ণ-ভাষা নিৰ্বিশেষে পুৱাৰে পৰাই জাল-জুলুকি, জাকৈ-শালৈ লৈ হেজাৰ হেজাৰ ৰাইজ লঙা নদীলৈ আহি সমূহীয়া মৎস্য চিকাৰত নামি মৎস্য চিকাৰৰ আনন্দ লয়৷…