চামগুৰিৰ বাজিয়াগাঁৱত ড্ৰাগছসহ এজনক আটক
নিয়মীয়া বাৰ্তা, চামগুৰি, ১২ মে' : নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বাজিয়াগাঁৱৰ কলংপাৰ অঞ্চলত যোৱানিশা চামগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ড্ৰাগছসহ এজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷
জানিব পৰা মতে, চামগুৰি থানাৰ…