ফিফা বিশ্বকাপ : দূৰদর্শন–ডিডি স্প’ৰ্টছক সম্প্রচাৰৰ নির্দেশ হাইক’ৰ্টৰ
ফিফা বিশ্বকাপ ফুটবল আৰম্ভ হ’বলৈ এমাহৰো কম দিন৷ কিন্তু ভাৰতত কোনটো চেনেল বা অ’টিটি প্লেটফর্মত মেগা প্রতিযোগিতাখন সম্প্রচাৰ হ’ব সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷ বহু ফুটবল অনুৰাগীৰ মনত প্রতিযোগিতাখনৰ মেচসমূহ ভাৰতত সম্প্রচাৰ হ’বনে নহয় তাক লৈ…