নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : পোহৰৰ উৎসৱ দীপাৱলী

ধর্মীয় চিন্তা–ভাবনাৰে আৰম্ভ হোৱা দীপাৱলী তথা দেৱালীয়ে সম্প্রতি ধর্ম নির্বিশেষে উদ্যাপনৰ দিন হৈ পৰিছে৷ হিন্দু ধর্মৰ অন্যতম দীপাৱলী হৈছে পোহৰৰ উৎসৱ৷ হিন্দু ধর্মৰ লগতে এই দীপাৱলী জৈন আৰু শিখ ধর্মৰ সৈতেও সম্পর্কিত হৈ আছে৷ পোহৰৰ উৎসৱ দীপাৱলীৰ…

জানক আজিৰ দিনটোৰ ৰাশিফল

আজি ১ নৱেম্বৰ, কাতি মাহৰ ১৫ তাৰিখ শুকুৰবাৰঃ তিথি–অমাৱস্যা, নক্ষত্রঃ স্বাতী, যাত্রাঃ নাই মেষঃ ভালেৰে আৰম্ভ হ’লেও পিছলৈ সাধাৰণ ক্লেশদায়ক সমস্যা উদ্ভৱ হ’ব পাৰে৷ নিজৰ দায়িত্ব পালন কৰাৰ চেষ্টা অব্যাহত ৰাখক৷ ঘৰুৱা কথাৰ বাবে মন বেয়া হ’লেও সহজ…

মিছামাৰীত মহলবিহীন গাভৰু নৈত বালি খনন

নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰঃ শোণিতপুৰ জিলাৰ বৃহত্তৰ মিছামাৰী অঞ্চলৰ মাজেৰে বৈ যোৱা মহল বিহীন গাভৰু নদীৰ পৰা জেচিবিৰে অবৈধ ভাৱে বালি খনন কাৰ্য চলি থকা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে৷ ঠিকাদাৰ ৰূপী একাংশ লোকে জেচিবিৰে নদীৰ পৰা বালি খান্দি…

সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়াসকলে দেশ এৰি যাব লাগিব : মোদী

📌 ৰাষ্ট্ৰীয় ঐক্য দিৱসৰ পেৰেডত অংশগ্ৰহণ নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ অক্টোবৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ কেৱাদিয়াত চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তী উপলক্ষে ‘ৰাষ্ট্ৰীয় ঐক্য দিৱস’ পেৰেডত অংশগ্ৰহণ কৰে। এই সময়ত তেওঁ…

নগৰবেৰাত আৰক্ষীৰ জালত চাৰিজনকৈ দুৰ্ধৰ্ষ চোৰ

নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰঃ কামৰূপৰ নগৰবেৰা আৰক্ষীয়ে নিশা এক অতৰ্কিত অভিযান চলাই চুৰিকাৰ্যত জড়িত চাৰিজনকৈ যুৱকক আটক কৰিবলৈ সক্ষম হয়। নগৰবেৰা মণ্ডলপাৰাৰ ছহিদ ইমৰান হুছেইন, চুৰি বাইক কিনাৰ অপৰাধত কল্যাণপুৰৰ আব্দুল হালিম, ২নং পলাহৰটাৰীৰ এটা…

শুৱালকুছি কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত এবিভিপিৰ বৃহৎ বিজয়

বিশেষ বাৰ্তা, ৩১ অক্টোবৰ : শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছুৰ সমৰ্থিত প্ৰাৰ্থীক সম্পূৰ্ণ ধাৰাসায়ী কৰি অখিল ভাৰতী বিদ্যাৰ্থী পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী সকল নিৰ্বাচিত হোৱাত মহাবিদ্যালয়খনত আনন্দমুখৰ পৰিৱেশ…

ভয়-ভাবুকিৰে নিৰ্বাচন পাৰ কৰাৰ কৌশল কংগ্ৰেছৰ

নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰ : ১৩ নৱেম্বৰত অনুষ্ঠিত হ'ব লগা চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে বৰ্তমান সময়ত গৰম হৈ পৰিছে চামগুৰি সমষ্টিৰ নিৰ্বাচনী বতাহ। মুঠ ১৮০৪৪৮গৰাকী ভোটৰে ভোটাধিকাৰ সাব্যস্ত কৰিব লগা সমষ্টিৰ উপ নিৰ্বাচনৰ মূল যুজ খন বিজেপি…

চামগুৰি ৰাইজক মাত্ৰ অত্যাচাৰহে চলালে ৰকিবুল হুছেইনে

📌 নিৰ্বাচনী প্ৰচাৰ চলালে ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু মন্ত্ৰী বিমল বৰাই নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰ : এই চামগুৰি সমষ্টিটো বছৰ বছৰ ধৰি এজন বিশেষ ব্যক্তিয়ে শাসন কৰিলে৷ যেনেদৰে উন্নয়ন হব লাগিছিল সেইয়া নহ’ল৷ মাত্ৰ ৰাইজক অত্যাচাৰ চলালে৷ গতিকে…

কংগ্ৰেছ এটা গাড্ডাৰ-বিশ্বাসঘাতক দল : অখিল গগৈ

নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰ : বিলাসীপাৰাত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ গৰ্জন। ২৬ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বাঙালিপাৰাত অনুষ্ঠিত কৰে এক বিশাল জনসভা। বিলাসীপাৰা জিলা সমিতিৰ সভাপতি জামাল হকৰ সভাপতিত্বত অনুষ্ঠিত জনসভাত অখিল গগৈয়ে শাসক দলৰ লগতে অসম…

আফগানিস্তানত মহিলাৰ কোৰান পাঠত নিষেধাজ্ঞা

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ অক্টোবৰঃ আফগানিস্তানত তালিবানৰ নাৰী নির্যাতন বৃদ্ধি পাইছে৷ ২০২১ চনত নতুনকৈ আফগানিস্তান দখল কৰাৰ পিছত নিজৰ পূর্বৰ চৰিত্র সলনি হ’ব বুলি ঘোষণা কৰিছিল তালিবানে৷ কিন্তু চৰকাৰ গঠন কৰাৰ পিছতে তালিবানৰ নাৰীবিদ্বেষী নীতি…