নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত আৰক্ষীৰ জালত চাৰিজনকৈ দুৰ্ধৰ্ষ চোৰ

নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰঃ কামৰূপৰ নগৰবেৰা আৰক্ষীয়ে নিশা এক অতৰ্কিত অভিযান চলাই চুৰিকাৰ্যত জড়িত চাৰিজনকৈ যুৱকক আটক কৰিবলৈ সক্ষম হয়। নগৰবেৰা মণ্ডলপাৰাৰ ছহিদ ইমৰান হুছেইন, চুৰি বাইক কিনাৰ অপৰাধত কল্যাণপুৰৰ আব্দুল হালিম, ২নং পলাহৰটাৰীৰ এটা…

শুৱালকুছি কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত এবিভিপিৰ বৃহৎ বিজয়

বিশেষ বাৰ্তা, ৩১ অক্টোবৰ : শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত আছুৰ সমৰ্থিত প্ৰাৰ্থীক সম্পূৰ্ণ ধাৰাসায়ী কৰি অখিল ভাৰতী বিদ্যাৰ্থী পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী সকল নিৰ্বাচিত হোৱাত মহাবিদ্যালয়খনত আনন্দমুখৰ পৰিৱেশ…

ভয়-ভাবুকিৰে নিৰ্বাচন পাৰ কৰাৰ কৌশল কংগ্ৰেছৰ

নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰ : ১৩ নৱেম্বৰত অনুষ্ঠিত হ'ব লগা চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে বৰ্তমান সময়ত গৰম হৈ পৰিছে চামগুৰি সমষ্টিৰ নিৰ্বাচনী বতাহ। মুঠ ১৮০৪৪৮গৰাকী ভোটৰে ভোটাধিকাৰ সাব্যস্ত কৰিব লগা সমষ্টিৰ উপ নিৰ্বাচনৰ মূল যুজ খন বিজেপি…

চামগুৰি ৰাইজক মাত্ৰ অত্যাচাৰহে চলালে ৰকিবুল হুছেইনে

📌 নিৰ্বাচনী প্ৰচাৰ চলালে ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু মন্ত্ৰী বিমল বৰাই নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰ : এই চামগুৰি সমষ্টিটো বছৰ বছৰ ধৰি এজন বিশেষ ব্যক্তিয়ে শাসন কৰিলে৷ যেনেদৰে উন্নয়ন হব লাগিছিল সেইয়া নহ’ল৷ মাত্ৰ ৰাইজক অত্যাচাৰ চলালে৷ গতিকে…

কংগ্ৰেছ এটা গাড্ডাৰ-বিশ্বাসঘাতক দল : অখিল গগৈ

নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰ : বিলাসীপাৰাত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ গৰ্জন। ২৬ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বাঙালিপাৰাত অনুষ্ঠিত কৰে এক বিশাল জনসভা। বিলাসীপাৰা জিলা সমিতিৰ সভাপতি জামাল হকৰ সভাপতিত্বত অনুষ্ঠিত জনসভাত অখিল গগৈয়ে শাসক দলৰ লগতে অসম…

আফগানিস্তানত মহিলাৰ কোৰান পাঠত নিষেধাজ্ঞা

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ অক্টোবৰঃ আফগানিস্তানত তালিবানৰ নাৰী নির্যাতন বৃদ্ধি পাইছে৷ ২০২১ চনত নতুনকৈ আফগানিস্তান দখল কৰাৰ পিছত নিজৰ পূর্বৰ চৰিত্র সলনি হ’ব বুলি ঘোষণা কৰিছিল তালিবানে৷ কিন্তু চৰকাৰ গঠন কৰাৰ পিছতে তালিবানৰ নাৰীবিদ্বেষী নীতি…

অৰণ্যত খাদ্যত বিষক্রিয়া ঘটি ৭টা হাতীৰ কৰুণ মৃত্যু

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ অক্টোবৰঃ মধ্যপ্রদেশৰ বান্ধৱগড় অৰণ্যত মৃত্যু হৈছে ৭টা হাতীৰ৷ এই ঘটনাক লৈ সমগ্র অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্য৷ ব্যাঘ্র সংৰক্ষণ অভয়াৰণ্যত ৪টা মৃত হাতী দেখিবলৈ পায় বনকর্মীসকলে৷ আশংকাজনক অৱস্থাত ৫টা হাতীক উদ্ধাৰ কৰা…

দিল্লীৰ বজাৰত ফৰাচী ৰাষ্ট্রদূত থিয়েৰীৰ ম’বাইল ফোন চুৰি

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ অক্টোবৰঃ সাধাৰণ মানুহ আৰু কূটনীতিকৰ মাজত পার্থক্য কি বুজি পায় চোৰ বা পকেটমাৰে৷ ১০ দিন পূর্বে দিল্লীত চান্দনি চ’ক মার্কেটৰ ভিৰৰ মাজত ম’বাইল ফোন চুৰি হৈছে ফৰাচী ৰাষ্ট্রদূত থিয়েৰী মাতাউৰৰ৷ এই খবৰ পোৱাৰ লগে লগে…

পুনৰ আৰচিবিৰ অধিনায়কৰ দায়িত্বত কোহলি

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ অক্টোবৰঃ আগন্তুক আই পি এলত নতুন চমক৷ পুনৰ অধিনায়ক হিচাপে ঘূৰি আহিব পাৰে বিৰাট কোহলি। ক্রিকেট মহলত আৰম্ভ হৈছে এনে জল্পনা–কল্পনা৷ শুনা গৈছে যে ৰয়েল চেলেঞ্জার্ছ বেংগালুৰু কর্তৃপক্ষই নিলামৰ পৰা ‘যোগ্য’ খেলুৱৈক বিচাৰি…

টেষ্ট ৰেংকিঙৰ বলিং শাখাৰ শীর্ষস্থান হেৰুৱালে যশপ্রীত বুমৰাহে

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ অক্টোবৰঃ আইচিচি টেষ্ট ৰেংকিঙৰ বলিং শাখাৰ শীর্ষস্থান হেৰুৱালে টীম ইণ্ডিয়াৰ তাৰকা পেচবলাৰ যশপ্রীত বুমৰাহে৷ প্রকাশিত ৰেংকিঙৰ বলিং শাখাৰ তৃতীয় স্থানলৈ অৱনমিত হয় বুমৰাহ৷ নিউজিলেণ্ডৰ বিপক্ষে চলি থকা তিনিখনীয়া টেষ্ট মেচৰ…