নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোৱাইট হাউছত ৰাষ্ট্ৰপতিৰ উপস্থিতিত দীপাৱলী উদযাপন

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ অক্টোবৰঃ কালি আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে হোৱাইট হাউছত (আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী কাৰ্যালয় আৰু বাসগৃহ) দীপাৱলী উদযাপনৰ আয়োজন কৰে, য’ত দেশৰ বিভিন্ন প্ৰান্তৰ সাংসদ, বিষয়া আৰু কৰ্পৰেট নেতাকে ধৰি ৬০০ৰো অধিক…

নগৰবেৰাত তীৰ-জুৱাৰ অবাধ প্ৰচলন, ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ

🔹 কুম্ভকৰ্ণ নিদ্ৰাত আৰক্ষী-প্ৰশাসন নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰ : কামৰূপৰ নৱগঠিত ২৭নং ছমৰীয়া সমষ্টিৰ অন্তৰ্গত নগৰবেৰা আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত দিনকদিনে বৃদ্ধি পাইছে তীৰ-জুৱাৰ ছিণ্ডিকেট। নগৰবেৰা আৰক্ষী থানাৰ এশৰ পৰা ডেৰশ মিটাৰ নিলগত…

মিছামাৰীৰ নবিল পথাৰ সমন্বয় ক্ষেত্ৰত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ

🔹 ১৩ নৱেম্বৰৰ পৰা তিনিদিনীয়া ৰাস মহোৎসৱত গোপী নৃত্য প্ৰতিযোগিতাৰ আয়োজন নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰ : আহা সখী হে বৃন্দাবনে যাওঁ...গকুলৰে শ্ৰীকৃষ্ণই নয়ন ভৰি চাই...শৰত কালৰ ৰাত্ৰি অতি বিতোপন... ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলা মন...৷ সত্ৰ নগৰী…

বিশ্ব ষ্ট্ৰোক দিৱস : গুৱাহাটীত পাল’ন ৰিৱাকৰ ষ্ট্ৰোক সজাগতা অনুষ্ঠান

বিশেষ বাৰ্তা, ২৯ অক্টোবৰ : “বিশ্ব ষ্ট্ৰোক দিৱস” উপলক্ষে বিশ্ব ষ্ট্ৰোক সংস্থাৰ সহযোগত পাল'ন ৰিৱাকে গুৱাহাটীত ষ্ট্ৰোক সজাগতাৰ বাবে এক অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানৰ অংশ হিচাপে এৰিজ'না স্প’ৰ্টছ কমপ্লেক্সত 'Let’s Drive awareness on adopting…

নগৰবেৰাত অবৈধ কাঠ ফলা মিল উৎখাতৰ দাবী ৰাইজৰ

নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰ : পশ্চিম কামৰূপৰ নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয় এলেকাৰ ভিন্ন প্ৰান্তত অবৈধ কাঠৰ মুকলি ছিণ্ডিকেট চলি থকাৰ খবৰ পোৱা গৈছে | বন বিভাগৰ জ্ঞাতসাৰেই দিনে-নিশাই মুকলিকৈ অসাধু চোৰাং কাঠ ব্যৱসায়ীয়ে মূল্যৱান কাঠৰ…

৮ কোটি টকা নিদিয়া বাবে স্বামীক হ*ত্যা পত্নীৰ

🔹 ৮০০ কিঃমিঃ দূৰৈত পেলালে দেহ নিউজ ডেস্ক, ২৮ অক্টোবৰ : স্বামীক ৮ কোটি টকা দাবী কৰিছিল পত্নীয়ে৷ এই টকা নিদিয়া বাবেই প্রেমিকৰ সৈতে মিলি ব্যৱসায়ী স্বামীক হত্যা কৰি পত্নীয়ে ৮০০ কিলোমিটাৰ দূৰৈত পেলাই দিলে মৃতদেহ৷ প্রায় এমাহ পিছত চিচি টিভি…

মাৰ্ঘেৰিটাত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে সামূহিক দৌৰ

নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰ : ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে মাৰ্ঘেৰিটা আৰক্ষী থানাৰ গাঁওৰক্ষী বাহিনী আৰু নাগৰিক সমিতিৰ সৌজন্যত আজি পুৱা সামূহিক দৌৰ মাৰ্ঘেৰিটাত অনুষ্ঠিত হয় । ২নং আলুবাৰীৰ পৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰলৈকে অনুষ্ঠিত এই দৌৰ…

খুমটাই আদৰ্শ চিকিৎসালয়ত আয়ুষ্মান আৰোগ্য শিবিৰ সম্পন্ন

নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰ : খুমটাই আদৰ্শ চিকিৎসালয়ত কালি আয়ুষ্মান আৰোগ্য শিবিৰ অনুষ্ঠিত হৈ যায়। আপকু কেন্দ্ৰীয় সমিতিৰ কোষাধ্যক্ষ নবীন গোহাঁয়ে ফিতা কাটি উদ্বোধন কৰা শিবিৰত চিকিৎসালয়খনৰ মুখ্য চিকিৎসা বিষয়া ডাঃ মনোজ হাজৰিকাই আঁত ধৰে।…

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ অষ্ট্ৰেলিয়াৰ তাৰকা মেথিউ ৱেডৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৯ অক্টোবৰঃ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব পাঁচখন টেষ্ট মেচৰ বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ২০২৪-২৫। অষ্ট্ৰেলিয়াৰ মাটিত অনুষ্ঠিত হ’বলগীয়া এই ট্ৰফী ২২ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব। এই শৃংখলাৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ তাৰকা…

লক্ষ্ণৌৱে মুকলি কৰি দিলে লোকেশ ৰাহুলক

🔹 ধৰি ৰাখিব ৫ খেলুৱৈক : নেতৃত্ব দিব পুৰানক নিউজ ডেস্ক, ২৯ অক্টোবৰ : যোৱা আইপিএলত আটাইতকৈ ডাঙৰ বিতর্ক সংঘটিত হৈছিল লক্ষ্ণৌ ছুপাৰ জায়েণ্টছত৷ খেলপথাৰৰ ভিতৰতে দলৰ অধিনায়ক লোকেশ ৰাহুলক দলটোৰ মালিক সঞ্জীৱ গোৱেংকাই তিৰস্কাৰ কৰে৷ উক্ত দিনটোৰ…