বশিষ্ঠত ভয়ংকৰ পথ দুৰ্ঘটনাত দুই যুৱকৰ জীৱন শেষ
ডিজিটেল ডেস্ক, ১০ মে’ : গুৱাহাটী মহানগৰীৰ বশিষ্ঠত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে মৃত্যু হয় দুজন যুৱকৰ।
জানিব পৰা মতে, খানাপাৰাৰ পৰা জালুকবাৰী অভিমুখে গৈ থকা সময়ত এক ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হয়। সংঘৰ্ষ…