হিমাচল প্ৰদেশৰ চম্বাত ভয়ংকৰ পথ দুৰ্ঘটনা, ৬জনৰ মৃত্যু
হিমাচল প্ৰদেশৰ চম্বা জিলাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৬জন লোকৰ মৃত্যু ঘটিছে। 54A ৰাষ্ট্ৰীয় ঘাইপথৰ চম্বা-নুৰপুৰ পথত ককিৰাৰ সমীপত এখন ইনোভা গাড়ী গভীৰ খাদত পৰি এই শোকাৱহ ঘটনাটো সংঘটিত হয়।
জানিব পৰা মতে, গাড়ীখনত থকা সকলো ৬জন যাত্ৰীৰ…