নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ ফিছফেডত মীন সমবায় সমিতিৰ সমূহীয়া সেৱা কেন্দ্ৰ উদ্বোধন

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ অক্টোবৰঃ আজি ৰূপনগৰস্থিত ফিছফেডৰ সদৰ কাৰ্যালয় প্ৰাঙ্গণত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ প্ৰকল্পৰ সৌজন্যত লোকনিৰ্মাণ বিভাগে ফিছফেডৰ বাবে নিৰ্মাণ কৰি উলিওৱা সমবায় সমিতিসমূহৰ সমূহীয়া সেৱা কেন্দ্ৰটি…

বিশেষ লেখা : সশস্ত্র বাহিনীত অসমৰ প্রতিনিধিত্ব

ৰাণা প্রতাপ কলিতা ‘নিয়মীয়া বার্তা’ৰ সৈতে চলিত বর্ষৰ ১৬ মার্চত হোৱা এক সাক্ষাৎকাৰত মোক সোধা হৈছিল যে উত্তৰ–পূর্বাঞ্চলৰ যুৱক–যুৱতীসকল কিয় সশস্ত্র বাহিনীত যোগদান কৰিবলৈ বৰ বেছি আগ্রহী নহয় ইয়াৰ বিপৰীতে হিমাচল প্রদেশ, পঞ্জাব, হাৰিয়ানা আদি…

নামনি মাজুলীৰ বিবাহিত মহিলা সন্ধানহীন : ৰাজস্থানত বিক্ৰীৰ অভিযোগ স্বামীৰ

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰ : মাজুলী জিলাৰ নামনি মাজুলীৰ বালিচাপৰি আৰক্ষী আউটপোষ্টৰ অধীনস্থ মালাপিন্ধা কৈৱৰ্ত গাঁৱৰ এগৰাকী বোৱাৰী ১৩ অক্টোবৰৰ সন্ধানহীন হৈ আছে। শ্ৰীলোহিত গাঁও পঞ্চায়তৰ মালাপিন্ধা কৈৱৰ্ত গাঁৱৰ গাড়ী চালক বাবুল দাসৰ পত্নী…

ইউপিএছচিত ৮৭সংখ্যক স্থান লাভেৰে উজলিল সৰুপেটাৰ আকাশনীল

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰঃ অনন্য কৃতিত্বৰ অধিকাৰী আকাশনীল শৰ্মাই সদ্যঘোষিত ইউ পি এছ চি অৰ্থাৎ কেন্দ্ৰীয় অসামৰিক সেৱাৰ ২০২৩ বৰ্ষৰ মূল পৰীক্ষাৰ সংৰক্ষিত তালিকাত ৮৭সংখ্যক স্থান লাভ কৰাৰ বাতৰিয়ে বৃহত্তৰ সৰুপেটা অঞ্চলৰ ৰাইজক গৌৰৱান্বিত কৰা…

সাহপুৰৰ কৃতী শিক্ষক, খেলুৱৈ, অভিনেতা তাৰাপ্ৰসন্ন মেধিৰ দেহাৱসান

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰঃ নলবাৰী জিলাৰ কৃতি শিক্ষক বঁটা প্ৰাপক জ্ঞানপীঠ হাইস্কুলৰ অৱসৰী সহকাৰী প্ৰধান শিক্ষক, পূব নলবাৰী  জেষ্ঠ নাগৰিক সন্মিলনীৰ সভাপতি, অসম সাহিত্য সভাৰ আজীৱন সভ্য, সুদক্ষ খেলুৱৈ অভিনেতা পূব নলবাৰী সাহপুৰ গাওঁ নিবাসী…

১৩০০০ কিলোমিটাৰ চাইকেল চলাই ক্রিষ্টিয়ানো ৰোনাল্ডোক সাক্ষাৎ যুৱকৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ অক্টোবৰঃ ফুটবল হৈছে সমগ্ৰ বিশ্বতে আটাইতকৈ বেছি ভাল লগা খেল। এই খেল বিশ্বৰ প্ৰায়বোৰ দেশতে খেলা হয়। ফুটবলৰ কিংবদন্তি ক্রিষ্টিয়ানো ৰোনাল্ডোক লৈ বিশ্বই পাগল৷ এতিয়া আগবাঢ়ি আহিছে পৰ্তুগীজ ফুটবলাৰগৰাকীৰ এজন ডাই…

৯৩ বছৰ বয়সতো মাটিৰ চাকি নিৰ্মাণত ব্যস্ত ধুবুৰীৰ এগৰাকী মৃৎশিল্পী

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰঃ বয়সে ভাটি দিলেও হাৰ মানা নাই তেওঁ। বাৰ্ধ্যকই শৰীৰত জড়তা আনিলেও হ্ৰাস পোৱা নাই মনৰ উদ্যমতা তেওঁৰ। ঘৰ ধুবুৰীৰ নুনিয়াপট্টীত। নাম দিনানাথ কুমাৰ। প্ৰায় ৯৩ বছৰ বয়সত ভৰি দিয়া দিনানাথ বৰ্তমানে ব্যস্ত মাটিৰ চাকি…

তিতাবৰৰ শিক্ষক-যুৱ সমাজকৰ্মী পলাশ তামূলীক ‘কলা ৰত্ন’ বঁটা প্ৰদান

বিশেষ বাৰ্তা, ২৮ অক্টোবৰঃ তিতাবৰ তাঁতী গাঁ‌ৱৰ যুৱ সমাজকৰ্মী, শিক্ষক পলাশ তামূলীক জ্ঞানৰত্ন সাহিত্য একাডেমীয়ে এইবৰ্ষৰ 'কলা ৰত্ন' ৰাষ্ট্ৰীয় বঁ‌টা প্ৰদান কৰিছে। গুৱাহাটীৰ বেলতলাত কালি ২৭ অক্টোবৰত অনুষ্ঠিত জ্ঞানৰত্ন সাহিত্য একাডেমীৰ নৱম সংখ্যক…

নিউজিলেণ্ডৰ হাতত পৰাজয়ৰ পিছত এক্সন মুডত প্রশিক্ষক গম্ভীৰ

নিউজ ডেস্ক, ২৮ অক্টোবৰ : নিউজিলেণ্ডৰ বিৰুদ্ধে প্রথম দুখন টেষ্টত ভাৰতৰ পৰাজয়ে জোকাৰি গৈছে দেশৰ অনুৰাগীসকলক৷ ১২ বছৰ পিছত প্রথমবাৰৰ বাবে ঘৰুৱা খেলপথাৰত পৰাজয়ৰ সন্মুখীন হৈছে ভাৰত৷ প্রথম দুখন টেষ্টৰ ফলাফলৰ পিছত ভাৰতৰ টীম মেনেজমেণ্টে গ্রহণ কৰিছে…

নিউজিলেণ্ডৰে পৰাস্ত : ভাৰতৰ সমীকৰণত লাগিছে আউল

🔹 বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পৰা বাহিৰ হোৱাৰ শংকা নিউজ ডেস্ক, ২৮ অক্টোবৰ : বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ জয় কৰিব নোৱাৰিলেও দুবাৰ ফাইনেলত প্রৱেশ কৰিছিল ভাৰতীয় দলে৷ ধাৰাবাহিকতা প্রদর্শনেৰে এইবাৰো ভাৰতে সহজেই বিশ্ব টেষ্ট…