আকাশবাণীৰ নব্বৈ বছৰ উপলক্ষে ৱাকথন
আকাশবাণীৰ অনুষ্ঠান সম্প্ৰচাৰৰ নব্বৈ বছৰ পূৰ্তি উপলক্ষে সমগ্ৰ দেশৰ লগতে আয়োজন কৰা ‘ৱাকথন’ কাৰ্যসূচীৰ অংশ স্বৰূপে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ উদ্যোগতো কালি ডিব্ৰুগড় নিৰ্মলীগাঁও ছোৱালী হাইস্কুল খেলপথাৰৰ পৰা আকাশবাণী ডিব্ৰুগড়ৰ চৌহদলৈকে চাৰে…