একেৰাহে পঞ্চম দিনলৈ হ্ৰাস সোণৰ দাম
একেৰাহে পঞ্চম দিনলৈ হ্ৰাস সোণৰ দাম
আজি আপোনাৰ চহৰৰ নতুন হাৰ জানি লওক
গুৱাহাটীত আজি ২৪ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯৭,৩১০ টকা। আনহাতে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৯, ২০০ টকা।
বিত্তীয় ৰাজধানী মুম্বাইত ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৮৯,৩৪০ টকা হোৱাৰ বিপৰীতে ২৪ কেৰেটৰ সোণ ৯৭,০৩০ টকা হাৰত বিক্ৰী হৈছে।
আনহাতে, ৰূপৰ মূল্য ১০০ টকা হ্ৰাস পাই ৯৯,৮০০ টকা প্ৰতি…
Read More...