৩০ হাজাৰ কোটি লোকচান আম্বানিৰ, ৪ ধন কুবেৰ গোষ্ঠীয়ে হেৰুৱালে ৮৬ হাজাৰ কোটি
নিউজ ডেস্ক, ৮ এপ্রিলঃ ভাৰতৰ ধনকুবেৰৰ বিত্ত বজাৰত কঁপনি তুলিলে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ ‘শুল্ক বাণ’–এ৷ ট্রাম্পৰ শুল্ক বাণত কার্যতঃ খহি পৰিছে দেশৰ শ্বেয়াৰ বজাৰ৷ শ্বেয়াৰ বজাৰৰ এই দুর্দশাক ১৯৮৭ চনৰ ‘ব্লেক মানডে’’ৰ সৈতে তুলনা কৰিছে বিশ্লেষকসকলে৷ বজাৰৰ এই চৰম দুর্দশাত চূড়ান্ত ক্ষতিগ্রস্ত হৈছে দেশৰ চাৰিগৰাকী ধনকুবেৰ৷ তথ্য অনুসৰি মুকেশ আম্বানি,…
Read More...