আমাজান-ফ্লিপকার্টত পাকিস্তানী পতাকা বিক্রী নিষিদ্ধ
নিউজ ডেস্ক, ১৫ মে’ : যুদ্ধবিৰতি চলি থাকিলেও পাকিস্তানৰ বিৰুদ্ধে কঠোৰ স্থিতিত ভাৰত৷ যুদ্ধবিৰতিৰ গইনাৰে সিন্ধু জলচুক্তি স্থগিতকৰণ প্রক্রিয়া প্রত্যাহাৰৰ অনুনয় বিনয় পাকিস্তানে কৰিলেও ভাৰতে সিন্ধু জলচুক্তি স্থগিত ৰখাৰ সিদ্ধান্তত অটল আছে৷
ইপিনে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ স্থিতিত থকা নতুন দিল্লীয়ে আমাজান, ফ্লিপকার্টকে ধৰি কেইবাটাও ই–কমার্চ প্লেটফর্মলৈ…
Read More...