বন্ধ পাকিস্তানৰ আকাশমাৰ্গ, লোকচান ভাৰতীয় বিমান সংস্থাৰ
নিউজ ডেস্ক, ৩০ এপ্ৰিলঃ বন্ধ পাকিস্তানৰ আকাশমাৰ্গ, লোকচান ভাৰতীয় বিমান সংস্থাৰ। জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত ভাৰতে কিছু কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ বিপৰীতে পাকিস্তানেও ইয়াৰ প্ৰতিশোধ গ্ৰহণ কৰিছে। ইয়াৰে এটা হ’ল পাকিস্তানে ভাৰতীয় বিমান সংস্থাসমূহৰ বাবে নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিয়া। অৰ্থাৎ ভাৰতীয় বিমান পাকিস্তানৰ ওপৰেৰে…
Read More...