চোতালতে ধান খাই থকা হাতীয়ে প্ৰাণ ল’লে গৃহস্থৰ, ঘটনা বোকাখাতৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ২০ ডিচেম্বৰঃ হাতী-মানুহৰ সংঘাত এতিয়া নিত্য নৈমিতিক ঘটনাত পৰিণত হৈছে ৷ প্ৰতিদিনেই হাতী-মানুহৰ সংঘাতত কোনো নহয় কোনো লোকৰ মৃত্যু ঘটিছে ৷ পুৱতিনিশা তেনে এক ঘটনা সংঘটিত হৈছে বোকাখাতত ৷ বোকাখাত সমজিলাৰ পূব কাজিৰঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰজুৰি বস্তিৰ টেঙৰ চাৰিআলিত মহন চৰেন নামৰ ৫৫ বছৰীয়া লোক এজন হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ৷…
Read More...