বিৰোধীৰ মনেসজা ইছ্যুক আমি গুৰুত্বই নিদিওঁ : বিধায়ক পদ্ম হাজৰিকা
নেভিল উচ্চতৰ মাধ্যমিক ছাত্ৰী নিবাসৰ আধাৰশিলা স্থাপন বিধায়ক পদ্ম হাজৰিকাৰ
নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰ : "ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনত অগপৰে মিত্ৰতা কৰাৰ কথা আমি এইপৰ্যন্ত ভবা নাই, দলৰ ফালৰপৰা কি নিৰ্দেশ আহে আমি বাট চাম। আমি নিজাববীয়াকৈ নিৰ্বাচন খেলিবলৈ প্ৰস্তুতি চলাই আছো, আমাৰ দলৰ সাংগঠনিক স্থিতি ভাল। ৰাইজ আমাৰ লগত আছে…
Read More...