তিতাবৰত পৰিত্যক্ত পানীভৰ্তি পুখুৰীত পৰিল ৪টা বন্যহস্তী
নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ ডিচেম্বৰঃ তিতাবৰত হাতী-মানুহৰ ভয়ংকৰ সংঘাত। তিতাবৰ বান্দৰচলিয়া চামগুৰি কাঢ়শলি অঞ্চলৰ প্ৰায় ৪ ফুট দ এটি পৰিত্যক্ত পানীভৰ্তি পুখুৰীত পৰিল ৪টাকৈ বন্যহস্তী। এখন ক্ষুদ্ৰ চাহ বাগিচাৰ মাজৰ পৰিত্যক্ত পুখুৰীত বিয়লিৰ পৰা দুপৰনিশা পর্যন্ত বোকা পানীৰ মাজত আবদ্ধ হৈ পৰে বন্যহস্তীকেইটা। ইয়াৰ ভিতৰত এটি পোৱালী হাতীও আছিল। হাতীকেইটা মৰিয়নিৰ…
Read More...