বিপিএফৰ পৃষ্ঠভংগ
ৰাজনীতিত স্থায়ী শত্রু নাই, মিত্রও নাই৷ ভাৰতীয় ৰাজনীতিত ই এটা তেনেই সাধাৰণ ঘটনা৷ আজি যদি এইটো শিবিৰত, কাইলৈ বিপৰীত শিবিৰত৷ ৰাজনৈতিক দল আৰু নেতাৰ আহ–যাহ চলিয়েই থাকে৷ যেতিয়া নির্বাচনী বতৰ আহি উপস্থিত হয়, তেতিয়া শত্রু–মিত্র বাছনিৰ খেলখন অধিক গতিশীল হৈ পৰে৷ এদিনতে দুই–তিনিটা শিবিৰ সলনি কৰা ঘটনাও সংবাদ মাধ্যমত পোৱা যায়৷ অসমৰ সদ্যসমাপ্ত বিধানসভা…
Read More...