ম্যানমাৰত গণতন্ত্রৰ আৱশ্যক
গণতন্ত্রৰ বাবে এটা ক’লা দিনৰ সৃষ্টি কৰি ম্যানমাৰৰ শাসন ক্ষমতা পুনৰ সেনাৰ হাতলৈ গুচি গ’ল৷ গণতান্ত্রিকভাৱে নির্বাচিত প্রতিনিধিক ক্ষমতাচ্যুত কৰি সেনাই পুনৰবাৰ ভাৰতৰ প্রতিৱেশী ৰাষ্ট্রখনক অন্ধকাৰ ভৱিষ্যতলৈ ঠেলি দিলে৷ সুদীর্ঘ কাল ধৰি সেনাৰ শাসনত থকা ৰাষ্ট্রখনৰ জনসাধাৰণে ভালদৰে গণতন্ত্রৰ সোৱাদ লাভ কৰিবলৈ নৌপাওঁতেই ঘটনাটো ঘটিল৷ লক্ষণীয় কথাটো হ’ল সেনাৰ…
Read More...