নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

দেশ বিদেশ

গৌৰৱিত পিতৃ অভিনেতা মাধৱন, পুত্ৰই গঢ়িছে নিজা পৰিচয়, দেশলৈ আনিলে সুনাম

বিশেষ বাৰ্তা, ১৮ এপ্ৰিলঃ সংবাদ শিৰোনামত অভিনেতা আৰ মাধৱন। সেই ধুনীয়া হাঁহিমুখীয়া অভিনেতাজন আজি গৌৰৱিত পিতৃ। চৌদিশে চৰ্চাত তেওঁৰ পুত্ৰৰ সফলতাৰ কাহিনী। তেওঁৰ পুত্ৰ বেদান্ত মাধৱনে ডেনিছ অ'পেন ২০২২ ত দেশৰ হৈ প্ৰতিনিধিত্ব কৰি দুটাকৈ পদক লাভ কৰিছে। কালি সাঁতোৰত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে নাধৱনৰ পুত্ৰই। বেদান্তে ৮০০ মিটাৰত এই সাফল্য অৰ্জন কৰিছে।…
Read More...

আকৌ উভতিব নেকি ক’ভিডৰ ভয়াৱহ দিন, অভাৱনীয়ভাৱে বৃদ্ধি পাইছে আক্ৰান্ত

বিশেষ বাৰ্তা, ১৮ এপ্ৰিলঃ আকৌ উভতিব নেকি ক'ভিডৰ ভয়াৱহ দিনবোৰ, পুনৰ ক'ভিডৰ আতংক দেশত। কেইবা সপ্তাহৰ স্বাভাৱিকতাৰ পাছত…

হিমাচলত শিক্ষাত গেৰুৱাকৰণঃ তৃতীয় শ্রেণীত সংস্কৃত–নৱম শ্রেণীত ভাগৱত গীতা

নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ হিমাচল প্রদেশ চৰকাৰে বিদ্যালয়ৰ তৃতীয় শ্রেণীত সংস্কৃত, ষষ্ঠ শ্রেণীৰ পৰা বৈদিক গণিত আৰু…

২১ এপ্রিলত দুদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী জনছন

নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ ভাৰত আৰু গ্রেট ব্রিটেইনৰ মাজত সম্পর্ক অধিক উন্নীতকৰণৰ লক্ষ্যৰে অহা ২১ এপ্রিলত দুদিনীয়া…

চৰকাৰৰ অৱহেলাৰ বাবে ক’ভিডত ৪০ লাখ ভাৰতীয়ই প্রাণ হেৰুৱাইছেঃ ৰাহুল

নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ চৰকাৰৰ অৱহেলাৰ বাবে ক’ভিড–১৯ত ৪০ লাখ ভাৰতীয়ই প্রাণ হেৰুৱাইছে বুলি দাবী কৰি কংগ্রেছৰ…

ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছনক ৰাছিয়াত প্রৱেশত নিষেধাজ্ঞা

নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছনক ৰাছিয়াত প্রৱেশত নিষেধাজ্ঞা জাৰি কৰিছে মস্কোই৷ ইউক্রেইনৰ…

মছজিদৰ পৰা লাউডস্পীকাৰ আঁতৰ কৰকঃ গৃহমন্ত্রী অমিত শ্বাহলৈ পত্র প্রেৰণ

নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ মছজিদত লাউডস্পীকাৰ ব্যৱহাৰৰ বিতর্কত শেহতীয়াকৈ মাত মাতিছে এম এন এছৰ মুৰব্বী ৰাজ থাকৰেই৷…

আফগানিস্তানত ৫০০জন প্রাক্তন আমোলাক হত্যা তালিবানৰ

নিয়মীয়া বাৰ্তা, ১৬ এপ্ৰিলঃ যোৱা বছৰ আগষ্ট মাহত ক্ষমতালৈ অহাৰ পিছৰে পৰা আফগানিস্তানত তালিবানে নৃশংস হত্যাকাণ্ড…

প্রধানমন্ত্রী হিচাপে উপহাৰ পোৱা নেকলেচ বিক্রী ইমৰান খানৰ

নিয়মীয়া বাৰ্তা, ১৬ এপ্ৰিলঃ প্রধানমন্ত্রীৰ পদ হেৰুওৱাৰ পিছত এইবাৰ দুর্নীতিৰ গোচৰৰ তদন্তৰ সন্মুখীন হৈছে ইমৰান খান৷…