সন্ত্রাসবাদী-ক উপযুক্ত শাস্তি দিয়াটো নিশ্চিত
নিউজ ডেস্ক, ২ মে’ : কাশ্মীৰৰ পেহেলগামত পাক সমর্থিত সন্ত্রাসবাদী-এ চলোৱা ভয়ংকৰ আক্রমণৰ পিছত প্রথমবাৰৰ বাবে ভাৰতবিৰোধী শক্তিক লক্ষ্য কৰি অমিত শ্বাহৰ হুংকাৰ– চুন চুন কে বদলা লেগা৷ দেশৰ চুক–কোণৰ পৰা সন্ত্রাসবাদ উভালি পেলোৱা হ’ব৷ নতুন দিল্লীত কালি বডোফা উপেন্দ্র নাথ ব্রহ্মৰ পৱিত্র স্মৃতিত এক প্রতিমূর্তি উন্মোচন কৰি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে পেহেলগামৰ…
Read More...