চন্দ্রৰ ৩৮৫ কোটি বছৰ প্রাচীন গহ্বৰত নামিছে চন্দ্রযান–৩
🔹 বিশ্বৰ কোনো দেশৰ মহাকাশ যানে স্পর্শ কৰিব পৰা নাই চন্দ্রৰ উক্ত অংশ
নিউজ ডেস্ক, ৩০ ছেপ্টেম্বৰ : চন্দ্রৰ প্রাচীনতম গহ্বৰবোৰৰ এটাত নামিছে ভাৰতৰ চন্দ্রযান–৩৷ ৰ’ভাৰ প্রজ্ঞানৰ কেমেৰাত তোলা ছবিবোৰ বিশ্লেষণ কৰি এই দাবী কৰিছে বিজ্ঞানীসকলে৷ বিজ্ঞানীসকলে জনোৱা অনুসৰি চন্দ্রৰ যি অংশত ভাৰতৰ মহাকাশযান উপস্থিত হৈছে, ইয়াৰ পূর্বে সেই স্থান কোনো দেশৰ মহাকাশ যানে…
Read More...